• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এ’ পি এচ চি কাণ্ড: আৰক্ষীৰ জালত কৃষি উন্নয়ন বিষয়া মৃগেন হালৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2019 9:40 pm
27-07-18-Guwahati-APSC-Dispur-Police-station-1-768x544 APSC scam: Agriculture Development Officer Mrigen Haloi arrested

গোচৰটোত পূৰ্বে গ্ৰেপ্তাৰ হোৱা কৃষি বিষয়াসকল।

939
VIEWS
Share on FacebookShare on Twitter

এ’ পি এচ চিৰ ধনৰ বিনিময়ত চাকৰি সম্পৰ্কীয় গোচৰত বৃহস্পতিবাৰে কৃষি উন্নয়ন বিষয়া মৃগেন হালৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

তিনি ঘণ্টাধৰি সোধ-পোচৰ পিছত মহানগৰ আৰক্ষীয়ে কৃষি বিষয়াজনক গোচৰ (নং ১৫৯/ ২০১৭)টো সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।

গোচৰটো সন্দৰ্ভত হালৈৰ পূৰ্বে সাতগৰাকী বিষয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল—কল্যাণ শৰ্মা, জয়ন্ত চাবুকধৰা, সংঘমিত্ৰা শ্যাম, মফিদা বেগম শইকীয়া, প্ৰিয়ংকা বৰা, চাহিদুল আজিজ হক আৰু দীপংকৰ বাৰিক।

বেদান্ত বিকাশ দাস নামৰ এ’ পি এচ চিৰ চাকৰি প্ৰাৰ্থী এজনে আয়োগৰ অধ্যক্ষ ৰাকেশ পাল আৰু কৰ্মচাৰী চৈয়দ মুছাৰফ হুছেইনৰ বিৰুদ্ধে ২০১৭ চনৰ ১৬ আগষ্টত দাখিল কৰা অভিযোগৰ ভিত্তিত ভঙাগড় থানাত গোচৰটো ৰুজু কৰা হৈছিল।

দাসৰ এক আৰ টি আই আবেদনৰ উত্তৰত স্ংৰক্ষিত শাখাত মৃগেন হালৈয়ে সাক্ষাৎকাৰত ৭৮ নম্বৰ পোৱা বুলি উত্তৰ দিয়াৰ বিপৰীতে আন এজন আৰ টি আই আবেদনকাৰীক ৮০ নম্বৰ পোৱা বুলি এ’ পি এচ চিয়ে জনাইছিল।

একেজন প্ৰাৰ্থীয়ে একেটা সাক্ষাৎকাৰত দুটা নম্বৰ কেনেকৈ পালে বুলি দাসে প্ৰশ্ন উত্থাপন কৰাৰ লগতে উল্লেখ কৰিছিল যে হালৈয়ে ১০ৰ পৰা ১৫ লাখ টকা অধ্যক্ষ পালক দিয়া বুলি তেওঁ শুনিছে।

একেটা গোচৰতে এ’ পি এচ চি সদস্য বসন্ত দলেক যোৱা বছৰৰ মে’ত গ্ৰেপ্তাৰ কৰিছিল। তেওঁ যোৱা বছৰ আগষ্টত জামিন লাভ কৰিছিল।

Recent News

IIT দিল্লীত জিলিকিল গহপুৰৰ‌ পংকজ বৰাঃ মধ্যাকৰ্ষণিক তৰংগৰ গৱেষণাৰ বাবে লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

IIT দিল্লীত জিলিকিল গহপুৰৰ‌ পংকজ বৰাঃ মধ্যাকৰ্ষণিক তৰংগৰ গৱেষণাৰ বাবে লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

পৰ্ণ জগতৰ অভিনেতা হৈ পৰিল এখন দেশৰ মন্ত্ৰী, কিন্তু ক’ত?

পৰ্ণ জগতৰ অভিনেতা হৈ পৰিল এখন দেশৰ মন্ত্ৰী, কিন্তু ক’ত?

ধৰ্ষণৰ গোচৰত জামিনত জে’লৰ পৰা ওলাই আহি নিৰ্যাতিতাক প্ৰকাশ্যে গুলীচালনা

ধৰ্ষণৰ গোচৰত জামিনত জে’লৰ পৰা ওলাই আহি নিৰ্যাতিতাক প্ৰকাশ্যে গুলীচালনা

কেৱল ৰাস্তাৰ পৰাই দৈনিক ১৬৮.২৪ কোটি টকা উপাৰ্জন কৰে মোডী চৰকাৰে, কিন্তু…

কেৱল ৰাস্তাৰ পৰাই দৈনিক ১৬৮.২৪ কোটি টকা উপাৰ্জন কৰে মোডী চৰকাৰে, কিন্তু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd