• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ পাণ্ডুত পুনৰ নাহৰফুটুকীৰ বিচৰণত শংকিত নাগৰিক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2019 7:58 am
growling-leopard_db1a70da-77cb-11e8-ada9-0239ece95d2f-1140x570

প্ৰৰতিনিধিত্বমূলক ফটো

2.6k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ পাণ্ডু অঞ্চলত সোমবাৰে বিয়লি এটা নাহৰফুটুকীৰ বিচৰণ ধৰা পৰাৰ পাছত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ ‘টেম্পল ঘাট’ত এটা নাহৰফুটুকী বিচৰণ প্ৰত্যক্ষ কৰা হয়।

কামাখ্যা মন্দিৰলৈ এটা নতুন পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা গড়কাপ্তানি বিভাগৰ কৰ্মীয়ে নাহৰফুটুকীটোৰ বিচৰণ প্ৰত্যক্ষ কৰে যদিও বাঘটোৱে অঞ্চলটোত কোনো ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰা নাই।

গড়কাপ্তানি বিভাগৰ কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজে বন বিষয়াক বাঘটোৰ উপস্থিতিৰ বিষয়ে অৱগত কৰে যদিও বন বিভাগে বাঘটো কৰাৰ বাবে কোনো তৎপৰতা প্ৰদৰ্শন কৰা দেখা নগ’ল।

উল্লেখযোগ্য যে যোৱা ২৬ মাৰ্চ পুৱা কামাখ্যাত এটা নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই তিনিজনকৈ লোকক গুৰুতৰভাৱে আহত কৰিছিল।

নিশাৰে পৰা কামাখ্যাৰ শংকু শৰ্মা নামৰ লোক এজনৰ ষ্ট’ৰ ৰুমত নাহৰফুটুকী বাঘ এটা সোমাই থকাৰ পাছত পুৱা শংকু শৰ্মাৰ ভগ্নী গীতা দেৱীয়ে ষ্ট’ৰ ৰুমটোত প্ৰৱেশ কৰিব খোজাৰ সময়তেই বাঘটোৱে আক্ৰমণ কৰিছিল।

বাঘটোৰ আক্ৰমণত গীতা দেৱী আহত হোৱাৰ লগতে বাঘটোৰ আক্ৰমণৰ পৰা ভগ্নী গীতা দেৱীক ৰক্ষা কৰিবলৈ যোৱা শংকু শৰ্মাও আহত হৈছিল। ইয়াৰ পাছতে বাঘটোৱে কামাখ্যা মন্দিৰৰ কৰ্মচাৰী ক্ষিতীশ শৰ্মাৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ পত্নীকো আক্ৰমণ কৰিছিল।

ঘটনাৰ পাছতে তাত উপস্থিত হোৱা স্থানীয় ৰাইজে নাহৰফুটুকীটোক কৌশলেৰে ঘৰটোৰ ভিতৰতে আবদ্ধ কৰিবলৈ সক্ষম হৈছিল।

সেইদৰে ইয়াৰ পূৰ্বে ৮ মাৰ্চৰ নিশাও মালিগাঁৱত এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত দীপক হুজুৰী আৰু কমলা হুজুৰী নামৰ এহাল দম্পতী গুৰুতৰভাবে আহত হৈছিল। মালিগাঁৱৰ শংকৰদেৱ নগৰত নিশা পাহাৰৰ পৰা নামি অহা নাহৰফুটুকী বাঘটোৱে ঘৰৰ ভিতৰত প্ৰবেশ দম্পতীক আক্ৰমণ কৰিছিল।

অৱশেষত বন বিভাগে ট্ৰেংকুলাইজাৰেৰে অচেতন কৰি কৰায়ত্ত কৰিছিল নাহৰফুটুকী বাঘটো।

উল্লেখযোগ্য যে মহানগৰীৰ বিভিন্ন অঞ্চলত বনৰীয়া জীৱ-জন্তুই প্ৰায়ে খাদ্যৰ সন্ধানত মানুহৰ বসতিস্থললৈ ঢাপলি মেলিবলৈ লৈছে। ব্যাপক বনধ্বংসৰ পৰিণতিতে এনে ঘটনা সংঘটিত হৈ আহিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰে।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd