• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ পাণ্ডুত পুনৰ নাহৰফুটুকীৰ বিচৰণত শংকিত নাগৰিক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2019 7:58 am
growling-leopard_db1a70da-77cb-11e8-ada9-0239ece95d2f-1140x570

প্ৰৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ পাণ্ডু অঞ্চলত সোমবাৰে বিয়লি এটা নাহৰফুটুকীৰ বিচৰণ ধৰা পৰাৰ পাছত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ ‘টেম্পল ঘাট’ত এটা নাহৰফুটুকী বিচৰণ প্ৰত্যক্ষ কৰা হয়।

কামাখ্যা মন্দিৰলৈ এটা নতুন পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা গড়কাপ্তানি বিভাগৰ কৰ্মীয়ে নাহৰফুটুকীটোৰ বিচৰণ প্ৰত্যক্ষ কৰে যদিও বাঘটোৱে অঞ্চলটোত কোনো ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰা নাই।

Apply Now

গড়কাপ্তানি বিভাগৰ কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজে বন বিষয়াক বাঘটোৰ উপস্থিতিৰ বিষয়ে অৱগত কৰে যদিও বন বিভাগে বাঘটো কৰাৰ বাবে কোনো তৎপৰতা প্ৰদৰ্শন কৰা দেখা নগ’ল।

উল্লেখযোগ্য যে যোৱা ২৬ মাৰ্চ পুৱা কামাখ্যাত এটা নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই তিনিজনকৈ লোকক গুৰুতৰভাৱে আহত কৰিছিল।

নিশাৰে পৰা কামাখ্যাৰ শংকু শৰ্মা নামৰ লোক এজনৰ ষ্ট’ৰ ৰুমত নাহৰফুটুকী বাঘ এটা সোমাই থকাৰ পাছত পুৱা শংকু শৰ্মাৰ ভগ্নী গীতা দেৱীয়ে ষ্ট’ৰ ৰুমটোত প্ৰৱেশ কৰিব খোজাৰ সময়তেই বাঘটোৱে আক্ৰমণ কৰিছিল।

বাঘটোৰ আক্ৰমণত গীতা দেৱী আহত হোৱাৰ লগতে বাঘটোৰ আক্ৰমণৰ পৰা ভগ্নী গীতা দেৱীক ৰক্ষা কৰিবলৈ যোৱা শংকু শৰ্মাও আহত হৈছিল। ইয়াৰ পাছতে বাঘটোৱে কামাখ্যা মন্দিৰৰ কৰ্মচাৰী ক্ষিতীশ শৰ্মাৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ পত্নীকো আক্ৰমণ কৰিছিল।

ঘটনাৰ পাছতে তাত উপস্থিত হোৱা স্থানীয় ৰাইজে নাহৰফুটুকীটোক কৌশলেৰে ঘৰটোৰ ভিতৰতে আবদ্ধ কৰিবলৈ সক্ষম হৈছিল।

সেইদৰে ইয়াৰ পূৰ্বে ৮ মাৰ্চৰ নিশাও মালিগাঁৱত এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত দীপক হুজুৰী আৰু কমলা হুজুৰী নামৰ এহাল দম্পতী গুৰুতৰভাবে আহত হৈছিল। মালিগাঁৱৰ শংকৰদেৱ নগৰত নিশা পাহাৰৰ পৰা নামি অহা নাহৰফুটুকী বাঘটোৱে ঘৰৰ ভিতৰত প্ৰবেশ দম্পতীক আক্ৰমণ কৰিছিল।

অৱশেষত বন বিভাগে ট্ৰেংকুলাইজাৰেৰে অচেতন কৰি কৰায়ত্ত কৰিছিল নাহৰফুটুকী বাঘটো।

উল্লেখযোগ্য যে মহানগৰীৰ বিভিন্ন অঞ্চলত বনৰীয়া জীৱ-জন্তুই প্ৰায়ে খাদ্যৰ সন্ধানত মানুহৰ বসতিস্থললৈ ঢাপলি মেলিবলৈ লৈছে। ব্যাপক বনধ্বংসৰ পৰিণতিতে এনে ঘটনা সংঘটিত হৈ আহিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd