• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ বিধায়ক, পৰিয়ালৰ সদস্যসহ ১১জনক গুলীয়াই হত্যা সন্দেহযুক্ত এন এছ চি এন (আই এম)ৰ

এন পি পিৰ টিকটত পশ্চিম খুনচাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল বিধায়ক তিৰং আবহে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2019 6:45 pm
Arunachal-MLA-Murder-750x375

আক্ৰমণত নিহত বিধায়ক তিৰং আবহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ ফল ঘোষণালৈ মাত্ৰ এদিন বাকী থকা অৱস্থাত অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভাৰ সমষ্টিৰ এন পি পিৰ প্ৰাৰ্থী তথা বিধায়ক তিৰং আবহক তেওঁৰ সন্তানৰ সৈতে আজি দুপৰীয়া সন্দেহযুক্ত এন এছ চি এন (আই এম)-এ গুলীয়াই হত্যা কৰিছে।

ভয়ংকৰ আক্ৰমণটোত বিধায়ক অভয়ৰ উপৰি তেওঁৰ সৰু পুতেক, চালক, গৃহৰক্ষীকে ধৰি মুঠ ১১জন লোকৰ মৃত্যু হৈছে।

সূত্ৰসমূহে জনোৱা মতে বিধায়কজনে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে এখন ছুভ গাড়ীৰে অসমৰ ডিব্ৰুগড়ৰ পৰা খুনচালৈ গৈ থকা অৱস্থাতে তিৰাপ জিলাৰ বগাপানী গাঁৱত পুৱা ১১.৩০ বজাত আক্ৰমণ সংঘটিত হয়, পিতা-পুত্ৰ দুয়োজনৰ ঘটনাস্থলীতে মৃত্যু হয়।

আনহাতে বিধায়কজনৰ এজন ব্যক্তিগত নিৰাপত্তাৰক্ষীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

The NPP is extremely shocked and saddened by the news of the death of its MLA Shri Tirong Aboh (Arunachal Pradesh) and his family. We condemn the brutal attack and urge @rajnathsingh and @PMOIndia to take action against those responsible for such attack.

— Conrad K Sangma (@SangmaConrad) May 21, 2019

বিধায়ক আবহক পশ্চিম খুনচা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচনৰ ফলাফল অহা ২৩ মে’ত ঘোষণা কৰা হ’ব।

বিশেষ সূত্ৰই জনোৱা মতে, তিৰং আবহক সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে এন পি পিৰ হৈ প্ৰচাৰ নচলাবলৈ পূৰ্বে ভাবুকি দিছিল।

সূত্ৰসমূহে ঘটনাটো এন এছ চি এন (আই এম)-এ সংঘটিত কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

এই আক্ৰমণক এন পি পিৰ মুৰব্বী তথা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমায়ে কঠোৰ ভাষাৰে গৰিহণা দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

August 23, 2025 1:38 pm
জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

August 23, 2025 12:36 pm
ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

ত্ৰিপুৰাত এগৰাকী মহিলাক চলন্ত গাড়ীত ধ*ৰ্ষণ : গ্ৰেপ্তাৰ ২ চুবুৰীয়া

August 23, 2025 11:29 am
জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

জি এম চি এইসৰ অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি ডাঃ অভিজিত শৰ্মাক : দায়িত্ব গ্ৰহণ কৰিলে ‎ডাঃ দেৱজিৎ চৌধুৰীয়ে

August 23, 2025 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

বিজেপিয়ে সন্ধান কৰিছে নতুন নেতাৰ : ১০০ গৰাকী নেতাৰ পৰামৰ্শ লৈছে দলটোৰ নেতত্বই

August 23, 2025 1:38 pm
জামাত-ই-ইছলামী আৰু  ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

জামাত-ই-ইছলামী আৰু ই-আম ট্ৰাষ্টৰ সৈতে জড়িত ২১৫খন বিদ্যালয়ৰ পৰিচালনাৰ দায়িত্ব লব জম্মু কাশ্মীৰ চৰকাৰে

August 23, 2025 12:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd