• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছী বিধায়কৰ গাড়ীত আক্ৰমণ : ডি জি পিক সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 30, 2019 2:38 pm
9d26ee5b-83ac-4807-b55a-ad07aee5b215

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চামগুৰিত কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইন আৰু নুৰুল হুদাৰ বাহনত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি আজি প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক সাক্ষাৎ কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত যোৱা দলটোৱে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক সাক্ষাৎ কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় স্মাৰক পত্ৰ প্ৰদান কৰে।

Apply Now

স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় “চামগুৰিৰ বৰমাত বিজেপিৰ ১৩/১৪ জনীয়া এটা দলে বিধায়ক দুজনৰ কনভয় আগুচি ধৰি প্ৰাণে মাৰিবৰ চেষ্টা কৰিছিল। বিভিন্ন ধৰণৰ চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল আৰু শিলগুটি মাৰি গাড়ীৰ গ্লাছ ভাঙি দিছিল। কথমপি আমাৰ বিধায়ক দুজন ৰক্ষা পৰিছিল। দলীয় কৰ্মী আৰু পি এছ অ’ আঘাতপ্ৰাপ্ত হৈছিল’।

ইয়াৰ উপৰি তেওঁ কয়, ‘চামগুৰিৰ থানাৰ অ’ চি উপস্থিত থকাৰ পাছতো আৰক্ষীয়ে নিৰৱ ভূমিকা পালন কৰিছে। বিজেপিৰ নিৰ্দেশত আৰক্ষী উঠা-বহা কৰিছে। ঘটনাৰ পাছত চামগুৰিৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। ১৩ জনৰ নাম উল্লেখ কৰা হৈছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই। বিজেপিৰ কথাত যাতে আৰক্ষী উঠা-বহা নকৰে, নিৰপেক্ষতাৰে তেওঁলোকৰ দায়িত্ব পালন কৰে এই আহ্বান জনোৱা হৈছে আৰক্ষী সঞ্চালক প্ৰধানলৈ। বিজেপিয়ে কলিয়াবৰ আৰু নগাঁৱৰ পৰাজয়ৰ হতাশাত ভুগিছে। সেয়ে এনেকুৱা পন্থা গ্ৰহণ কৰিছে’।

482c1d6a-a6c9-42fe-b85a-5614cde52496
ফটো : নৰ্থ-ইষ্ট নাও

আনহাতে ঘটনা সন্দৰ্ভত ৰকিবুল হুছেইনে কয় ‘মজিবুৰ ৰহমান বিজেপিৰ বুথ কমিটিৰ এগৰাকী সভাপতি। তেওঁ কেইদিনমান পূৰ্বে জেইলৰ পৰা ওলাই আহিছিল। তেওঁৰ নেতৃত্বতে কালিৰ ঘটনা সংঘটিত হৈছিল। তেওঁ এজন ডকাইত। আলফাৰ গুলীয়েও আমাক একো কৰিব পৰা নাছিল আৰু এতিয়া শিলগুটিয়ে আমাক কি কৰিব?’

এছ পি , এছ ডি পি অ’ৰ টেলিফোনিক কল ৰেকৰ্ড ল’বৰ বাবেও আৰক্ষী সঞ্চালক প্ৰধানক ৰকিবুল হুছেইনে আহ্বান জনায়।

বুধবাৰৰ ঘটনাৰ সৈতে চৰিফুল ইছলাম, হবিবুৰ ৰহমান, ৰছিদূৰ হক, চান মিয়া, মকবুল হক, সুৰহাৰ আলি, নুৰজামাল, মজিবুৰ ৰহমান, মফিজুল ইচলাম, আজিজুৰ ৰহমান, আব্দুল খালেক, উমৰ ফাৰুক আৰু জমিৰ উদ্দিন নামৰ বিজেপি কৰ্মী কেইজন জড়িত থকা বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd