• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ একেৰাহে ২৭ বছৰ শাসন কৰাৰ অভিলেখ ভংগ কৰিব বিজেপিয়ে : ৰাম মাধৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 8, 2019 11:23 am
tripura-bjp-rally-1

ত্ৰিপুৰাত বিজেপিৰ ৰেলীত ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ক্ষমতাৰ বাঘজৰী দ্বিতীয়বাৰলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হোৱা আৰু লোকসভা নিৰ্বাচনত ত্ৰিপুৰাৰ দুয়োখন আসনতে বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হোৱাৰ আনন্দত ত্ৰিপুৰাত বিজেপি সমৰ্থক সকলে বিজয় উৎসৱ পালন কৰে।

বিজয় উৎসৱত অংশ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে বিজেপিয়ে কংগ্ৰেছৰ একেৰাহে ২৭ বছৰ ধৰি দেশ শাসন কৰাৰ অভিলেখ ভংগ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Apply Now

ত্ৰিপুৰাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী প্ৰেক্ষাগৃহৰ সন্মুখত ধন্যবাদ ৰেলীৰ বাবে উপস্থিত হোৱা বিজেপি সমৰ্থক সকলে ফাকু খেলি আৰু ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে। আগৰতলাত অনুষ্ঠিত হোৱা ধন্যাবাদ ৰেলীত ৰাম মাধৱৰ উপৰিও অংশগ্ৰহণ কৰে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱকে ধৰি দলটোৰ সকলো জেষ্ঠ নেতা, বিধায়ক আৰু সাংসদ সকলে।

ৰেলীত দলৰ কৰ্মী-সমৰ্থকসকলক সম্বোধন কৰি বিপ্লৱ কুমাৰ দেৱে কৰ্মীসকলক এনেদৰে কষ্ট কৰিবলৈ কয় যাতে সকলো স্তৰৰ জনসাধাৰণৰ কাষলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আঁচনি সমূহ লৈ যাব পাৰি।

বিপ্লৱ দেৱৰ পাছতে ৰাষ্ট্ৰীয় সাধাৰণ ৰাম মাধৱে ত্ৰিপুৰাৰ জনসাধাৰণক ৰাজ্যখনৰ পৰা বামপন্থীসকলক বিধানসভা আৰু লোকসভা দুয়োটাতে উৎখাত কৰাৰ বাবে ধন্যাবাদ জ্ঞাপন কৰে।

ৰাম মাধৱে নৰেন্দ্ৰ মোদীৰ দিনত ভাৰত আৰু ভাৰতীয়সকলৰ সন্মান বিশ্বৰ মজিয়াত বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে। তেওঁ বিজেপিৰ সমৰ্থকসকলক নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত বিজেপিক সমৰ্থন কৰা আৰু নকৰা সকলৰ মাজত বিভাজন নানিবলৈ অনুৰোধ কৰি কয় যে এইখন এশ ত্ৰিশ কোটি জনসাধাৰণৰ চৰকাৰ আৰু নৰেন্দ্ৰ মোদীয়ে এশ ত্ৰিশ কোটি জনতাৰ উন্নয়ণৰ হকে কাম কৰি যাব।

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ২০২২ চনৰ ভিতৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত কোনো গৃহহীন নাগৰিক নাথাকিব আৰু ২০৪৭ চনত যেতিয়া ভাৰতে স্বাধীনতাৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিব তেতিয়া বিশ্ব গুৰু হিচাপে স্বীকৃতি লাভ কৰিব বুলি মত প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd