• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিভিন্ন ক্ষেত্ৰৰ দক্ষ যুৱক-যুৱতীক চিনাক্ত কৰি আলফাত সদস্যভূক্তিৰ কাম চোৱা-চিতা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰকাশ ৰাজকোঁৱৰে’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 10, 2019 4:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৩ মে’ত গুৱহাটীৰ জু ৰোডত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত দিনে নতুন নতুন সূত্ৰৰ সন্ধান লাভ কৰিছে অনুসন্ধানকাৰী অসম আৰক্ষীৰ দলে।

দেওঁবাৰে ডিব্ৰুগড়ৰ মিলন নগৰৰ পৰা আৰক্ষীয়ে জু ৰোড বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত  অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নামতি লাওক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান ৰাজকোঁৱৰক গুৱাহাটীৰ লতাশিল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জেৰা চলাই আছে।

আৰক্ষীৰ জেৰাত প্ৰকাশ ৰাজকোঁৱৰে জু ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্ত প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ লগত তেওঁ যোগসূত্ৰত আছিল বুলি স্বীকাৰ কৰাৰ লগতে  আলফা সম্বন্ধে আন  বহুতো বিস্ফোৰক স্বীকাৰোক্তি কৰিছে বুলি আৰক্ষী আয়ুক্ত দীপক কুমাৰে মত প্ৰকাশ কৰে।

আনহাতে, আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে ৰাজকোঁৱৰ আলফাৰ  প্ৰচাৰ আৰু প্ৰসাৰৰ কামত নিয়োজিত হৈ থকাৰ লগতে তেওঁ ৰাজ্যখনৰ নৱ প্ৰজন্মৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাশীল যুৱক-যুৱতীসকলক চিনাক্ত কৰি আলফাৰ নতুন সদস্যভূক্তিৰ কাম-কাজ পৰ্য্যবেক্ষণ কৰিছিল। তেওঁ ২০১৭  চনৰ পৰা সক্ৰিয়ভাৱে আলফাৰ লগত জড়িত হৈ আছিল।

তদুপৰি, জেৰাত বহু ৰাষ্ট্ৰবিৰোধী কাম-কাজৰ লগত ৰাজকোঁৱৰ জড়িত হৈ থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, জু ৰোজৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত ৰাজ্যখনৰ উচ্চ শিক্ষিত যুৱক, শিক্ষক গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাই নিষিদ্ধ ঘোষিত সংগঠনটোৰ প্ৰতি জনসাধাৰণৰ নৈতিক সমৰ্থনক পুনৰ বাৰ প্ৰমাণ কৰিছে।

 

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd