• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

য়ুক্ৰেইনত সাগৰত গা ধুবলৈ গৈ কৰুণ মৃত্যু অসমৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2019 9:29 pm
Medical Science studens died in Ukraine

নিকুমণি কাকতি। ফটো সৌজন্য-নিয়ুজ-১৮ অসম নৰ্থ-ইষ্ট

1.3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰা য়ুক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে নিকুমণি কাকতি নামৰ এগৰাকী ছাত্ৰই সাগৰত গা ধুবলৈ গৈ মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা ঘটনাত ছাত্ৰগৰাকীৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে।

গোৱালপাৰা সৈনিক স্কুলৰ পৰা উত্তীৰ্ণ গুৱাহাটীৰ লালগণেশৰ কৃষ্ণ নগৰৰ বাসিন্দা ছাত্ৰগৰাকীয়ে য়ুক্ৰেইনলৈ পাঁচবছৰীয়া চিকিৎসাবিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ বাবে গৈছিল। তৃতীয় বৰ্ষৰ পৰীক্ষা সমাপ্ত হোৱাৰ পাছত ছাত্ৰগৰাকীয়ে সমনীয়া আন বন্ধু-বান্ধৱৰ সৈতে সাগৰলৈ গাঁ ধুৱৰ বাবে ওলাই যায় আৰু কৰুণ মৃত্যুক সাৱতিব লগা হয়।

ছাত্ৰগৰাকীৰ পৰিয়ালৰ এগৰাকী সদস্যই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি নিকুমণি য়ুক্ৰেইনৰ চিউমি ষ্টেট য়ুনিভাৰ্ছিটিত অধ্যয়ন কৰি আছিল।

তৃতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা নিকুমণি অহা বৃহস্পতিবাৰে ঘৰলৈ অহা কথা আছিল। তেনেসময়তে য়ুক্ৰেইনৰ পৰা ছাত্ৰগৰাকীৰ মৃত্যুৰ বাতৰিয়ে পৰিয়ালৰ লোকসকলৰ শোকস্তব্ধ কৰি তুলিছে।

আনহাতে, বৰ্তমান ছাত্ৰগৰাকীৰ মৃতদেহটো স্বগৃহলৈ ঘুৰাই অনাৰ বাবে জিলা প্ৰশাসনৰ লগত পৰিয়ালৰ লোকে যোগাযোগ অব্যাহত ৰাখিছে। সকলো প্ৰক্ৰিয়া পূৰ্ণ হ’লে তিনি-চাৰি দিনৰ ভিতৰত ছাত্ৰগৰাকীৰ মৃতদেহ ভাৰতত উপস্থিত হোৱা সম্ভাৱনা আছে।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd