• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জগন্নাথ মন্দিৰক ৪টা হাতী “বেচা”ত জড়িত ২ “দালাল”

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 22, 2019 8:50 am
Elephant

মমতাজ ছিদ্দিকি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদলৈ চাৰিটা অপ্ৰাপ্তবয়স্ক হাতী পৰিবহণক লৈ অসমৰ বন বিভাগ চাকনৈয়াত পৰাৰ সময়তে “বুজাবুজি” ঢৌত প্ৰত্যক্ষভাৱে জড়িত দুই “দালাল” বৰ্তমান পোহৰলৈ আহিছে।

অসমৰ বন বিভাগে দুই মাইকী হাতীকে ধৰি অপ্ৰাপ্তবয়স্ক হাতী উজনি অসমৰ তিনিচুকীয়াৰ পৰা আহমেদাবাদৰ জগন্নাথ মন্দিৰলৈ নিবলৈ অনুমতি দিছে।

Apply Now

উজনি অসমৰ বন সংৰক্ষক ৰঞ্জন কুমাৰ দাসে দাবী কৰিছিল যে হাতী চাৰিটা তিনি জনজাতীয় গঞাৰ, আৰু আহমেদাবাদলৈ ছমাহৰ বাবে “ভাৰা”ত পঠোৱা হৈছে।

কিন্তু দুজন “দালাল” “প্ৰত্যক্ষভাৱে জড়িত” থকাৰ কথা সন্মুখলৈ আহিছে, আৰু আহমেদাবাদৰ জগন্নাথ মন্দিৰক চৰা দামত হাতীকেইটা “বেচা” হৈছিল।

হাতী “বেচা”ত জড়িত দুই “দালাল”ক তিনিচুকীয়া জিলাৰ হুকুমদাৰ খান ওৰফে মুন্না খান আৰু ইমৰাণ খান ওৰফে ইমৰাণ ছিদ্দিকীৰূপে চিনাক্ত কৰা হৈছে।

ইমৰাণ খান ওৰফে ইমৰাণ ছিদ্দিকী হৈছে কুখ্যাত বন্যপ্ৰাণী চোৰাং চিকাৰী মমতাজ ছিদ্দিকীৰ পুত্ৰ। ২০১৬ চনৰ জুনত মমতাজ ছিদ্দিকীক অসমৰ পৰা আন ৰাজ্যসমূহলৈ হাতীসমূহৰ চোৰাং সৰবৰাহৰ বাবে ডুমডুমা থানাৰ অধীনৰ বৰ-হাপজানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযোগমতে মমতাজ ছিদ্দিকীয়ে চৰাইপুং সংৰক্ষিত বনাঞ্চলৰ পৰা বিহাৰ, গুজৰাট আৰু কেৰালাক অবৈধভাৱে ১২টা হাতী বিক্ৰী কৰিছে। ছিদ্দিকী আৰু তেওঁৰ সহযোগীসকলে হাবিৰ হাতী ধৰে আৰু ভুৱা নথি তৈয়াৰ কৰি আন ৰাজ্যসমূহক বিক্ৰী কৰে।

মমতাজ ছিদ্দিকীৰ সৈতে অসমৰ বন বিভাগৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়ববীয়াৰ সনা-পোটকা আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে মমতাজ ছিদ্দিকীৰ পুত্ৰ ইমৰাণ খান ওৰফে ইমৰাণ ছিদ্দিকীয়ে ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ডিগবৈ সমষ্টিৰ পৰা ভাৰত বিকাশ মৰ্চাৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

হুকুমদাৰ খান আৰু ইমৰাণ খান জৰিত হৈ পৰাটোৱে আহমেদাবাদলৈ চাৰি হাতী পৰিবহণৰ বিষয়টো অধিক স্পষ্ট কৰি তুলিছে।

দুয়োটা হাতী বন্দীত্ব অৱস্থাত জন্মগ্ৰহণ কৰা নাছিল। দুয়োকে ২০১৮ চনত হাবিৰ পৰা ধৰি অনা হৈছিল। দুয়োটা হাতীক বন্দীত্ব অৱস্থাত জন্মগ্ৰহণ কৰা বুলি মাইক্ৰ’শ্বিপ প্ৰদান কৰাৰ লগতে অসম বন বিভাগৰ তৰফৰ পৰা গৰাকীৰ প্ৰমান পত্ৰও দিয়া হয়।

ৰূপসিং নামৰ মতা হাতীটোৰ মাইক্ৰ’শ্বিপ নম্বৰ হ’ল ০০০৭৭০ এ ৯৬ ই। হাতীটোৰ গৰাকী হ’ল তিনিচুকীয়া জিলাৰ লক্ষীপথাৰৰ পিয়াল মৰাণ। আকৌ ৰাণী নামৰ মাইকী হাতীটোৰ মাইক্ৰশ্বিপ নম্ব হ’ল ০০০৭৭০এবি ১৬, হাতীটোৰ গৰাকী তিনিচুকীয়া জিলাৰ লাইকা গাঁৱৰ যোগীনাথ পেগু।

ইতিমধ্যে দুয়োটা ঘটনাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন আৰু ৰীট পেটিশ্যন দাখিল কৰা হৈছে। অসম বন বিভাগ বিষয়ববীয়া জগন্নাথ মন্দিৰলৈ হাতী বেচা ঘটনাত জড়িত থকাৰ কথা শীঘ্ৰে পোহৰলৈ আহিব।

বনৰীয়া জীৱ-জন্তু ধৰাৰ ক্ষেত্ৰত বনৰীয়া বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ অধিক কঠোৰ। এই আইনৰ ২(১৬) নং ধাৰাৰ অধীনত ইয়াক চিকাৰ বুলি বৰ্ণনা কৰা হৈছে। প্ৰথম সূচীকৃত জীৱ হিচাপে ধাৰা ৯ অনুসৰি বনৰ পৰা হাতী ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

বনৰীয়া হাতী ধৰাটো এটা অক্ষমণীয় অপৰাধ। যি অপৰাধত তিনিৰ পৰা সাত বছৰলৈ কাৰাদণ্ড আৰু নিম্নতম ১০০০০ টকালৈ জৰিমনা হ’ব পাৰে।

যদিহে জগন্নাথ মন্দিৰলৈ হাতী চাৰিটা বেচা কথাটো প্ৰমান হয় তেন্তে ই বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ ৪৩ নং ধাৰা ভংগ কৰা অপৰাধ হিচাপে গণ্য কৰা হ’ব।

বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ ৪৩(১) ধাৰা অনুসৰি বন্দী জীৱ-জন্তু ৰখাৰ বাবে যিসকল ব্যক্তিক গৰাকীৰ প্ৰমাণপত্ৰ দিয়া হৈছে তেওঁলোকৰ এনেধৰণৰ জীৱ-জন্তুক বাণিজ্যিক কাৰণত ব্যৱহাৰ বা অইন ঠাইলৈ হস্তান্তৰৰ ক্ষেত্ৰত কোনোধৰণৰ নিয়ন্ত্ৰণ নাথাকিব।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd