• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“শুংসূত্ৰহীন” অসমৰ ৬১টা হাতী

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 29, 2019 6:28 pm
61 Assam elephants transported outside remain “trace-less”

প্ৰতীকী ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বনৰে হওক বা বন্দীয়েই হওক, অসমৰ হাতীয়েই হৈছে ভাৰতৰ অবৈধ জন্তু বেহাৰ সৰ্বাধিক নিপীড়িত ভুক্তভোগী।

নৰ্থইষ্ট নাও-এ সংকলন কৰা প্ৰতিবেদন মতে, ২০০৮ৰ পৰা ২০১৫ চনলৈকে অসমৰ বাহিৰলৈ মুঠ ৬১টা হাতী পঠোৱা হৈছে।

Apply Now

হাতী চোৰাং কাৰবাৰীয়ে ৰাজ্যৰ বাহিৰত বিক্ৰী কৰিবলৈ বন্দী হাতীত চকু দিয়াৰ সময়তে, অবৈধ বেপাৰৰ বাবে আন নালাগে জংঘলৰ অপ্ৰাপ্তবয়স্ক হাতীও ধৰি অনা হৈছে।

দুৰ্ভাগ্যজনকভাৱে সেই ৬১টা হাতী উভতি অহাৰ কোনো তথ্য অসমৰ বন বিভাগৰ হাতত নাই।

আৰু হাতীসমূহৰ বৰ্তমান অৱস্থান আৰু স্বাস্থ্য সম্পৰ্কে বেছিভাগ ক্ষেত্ৰতেই বন বিষয়াসকল অজ্ঞ।

তথ্য অনুসৰি ২০০৯ চনত অসমৰ পৰা বাহিৰলৈ ১৫টা হাতী পঠোৱা হৈছিল। একেদৰে ২০১৪ চনত ৰাজ্যৰ পৰা পৰিবহণ কৰা হৈছিল ২০টা হাতী।

এইটো নিশ্চিত যে ২০০৮ৰ পৰা ২০১৫ চনলৈ অসমৰ পৰা পঠিওৱা সকলো হাতী চৰা দামত বিক্ৰী কৰা হৈছিল।

অসাধু ব্যৱসায়ীসকলে আৰু হাতী বিক্ৰী কৰাৰ আশংকা কৰি অসমৰ তেতিয়াৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন অ’ পি পান্দেই ২০১৫ চনৰ ২৪ চেপ্তেম্বৰত এক নিৰ্দেশ জাৰি কৰিছিল, আৰু আন ৰাজ্যলৈ হাতীৰ স্থানান্তৰ বন্ধ কৰিছিল।

পান্দেৰ নিৰ্দেশটো (WL/FG7/16/TP/Pt-C/2014-15) আছিল বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ৪৩(২) ধাৰাৰ অধীনত, আৰু পুনৰ নিৰ্দেশ নিদিয়াপৰ্য্যন্ত আন ৰাজ্যলৈ হাতীৰ চলাচল বন্ধ থাকিব বুলি কোৱা হৈছিল।

61 Assam elephants transported outside remain “trace-less”
অ’ পি পান্দেৰ নিৰ্দেশটোৰ প্ৰতিলিপি।

তাৎপৰ্য্যপূৰ্ণভাৱে অ’ পি পান্দেৰ অৱসৰৰ পিছতো ২০১৬ৰ পৰা ২০১৮ চনলৈ অসমৰ পৰা আন ৰাজ্যলৈ কোনো হাতীৰ চলাচল হোৱা নাছিল।

বৰ্তমানৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্দেন ৰঞ্জনা গুপ্তাই অ’ পি পান্দেৰ নিৰ্দেশটো বাতিল কৰিলে নেকি এতিয়াও জানিব পৰা হোৱা নাই।

অ’ পি পান্দেৰ নিৰ্দেশটো বাতিল নকৰাকৈ অসমৰ বন বিভাগে ৰাজ্যৰ বাহিৰলৈ হাতীৰ পৰিবহণৰ অনুমতি প্ৰদান কৰিব পাৰেনে?

অসমৰ পৰা জগন্নাথ মন্দিৰলৈ হাতী চাৰিটাৰ পৰিবহণ ৰোধ কৰাৰ বাবে পশু অধিকাৰ কৰ্মীসকলে আপ্ৰাণ যুঁজ চলোৱাৰ মাজতে, অ’ পি পান্দেৰ নিৰ্দেশটোৱে অসমৰ বন বিভাগক পুনৰ বেকফুটত পেলাব পাৰে।

অ’ পি পান্দেৰ উত্তৰসূৰী বিকাশ ব্ৰহ্ময়ো অসমৰ পৰা আন ৰাজ্যলৈ হাতী স্থানান্তৰ ৰুধিবলৈ যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছিল।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd