• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদৌচা কাপ: ২২ ছেপ্তেম্বৰৰ পৰা অসমতে চাওক বিদেশী ক্লাবৰ ফুটবল

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 14, 2019 9:41 pm
Bodousa cup football tournament begins on 22 September

দেওবাৰে বদৌচা স্প’ৰ্টছ ক্লাবৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২২ ছেপ্তেম্বৰৰ পৰা ৪ অক্তোবৰলৈকে চলিব লগা বদৌচা কাপত বিদেশী ফুটবল ক্লাবৰ খেলো অসমতে উপভোগ কৰিবলৈ পাব।

প্ৰতিযোগিতাখনৰ ৮টা গ্ৰুপত ২৪টা দলে লীগ খেলাৰ পাছত প্ৰতিটো গ্রুপৰ বিজয়ী দলৰ সৈতে এটা বিদেশী দল অথবা আই এছ এল অথবা আই লীগৰ দলে পোনপটীয়াকৈ প্ৰী-কুৱাৰ্টাৰ ফাইনেলত অংশগ্ৰহণ কৰিব।

Apply Now

গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কত বদৌচা স্প’ৰ্টছ ক্লাবে আয়োজন কৰা সংবাদমেলত দেওবাৰে এই কথা জানিবলৈ দিয়ে ক্লাবটোৰ সভাপতি অৰুণ জ্যোতি মৰাণে।

“প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ অসম ফুটবল সন্থা, সৰ্বভাৰতীয় ফুটবল ফেডাৰেছন, এছিয়ান ফুটবল কনফেডাৰেছন আৰু ফিফাৰ পৰা অনুমতি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ দেশী-বিদেশী ৩২টা আগশাৰীৰ দলক আমন্ত্ৰণ জনোৱা হৈছে,” মৰাণে জনায়।

আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখন অসমৰ উজনি-নামনি আৰু পাৰ্বত্য জিলাৰ ৮টা স্থানত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনৰ বাবে তিনিচুকীয়া, দুলীয়াজান, ডিগবৈ, মাৰ্ঘেৰিটা, ডিফু আৰু নলবাৰীত স্থান প্ৰায় নিশ্চিত হৈছে। বাকী স্থানৰ নিশ্চিতকৰণ প্ৰক্ৰিয়া বৰ্তমান প্ৰাথমিক পৰ্যায়ত আছে বুলি মৰাণে জনায়।

২কোটি ৫০লাখ টকা বাজেটৰ প্ৰতিযোগিতাখনৰ বিজয়ী দলে লাভ কৰিব ট্ৰফিসহ ২লাখ টকা । দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানৰ দললৈ আগবঢ়োৱা হ’ব ট্ৰফিসহ ক্ৰমে ১লাখ, ৫০হাজাৰ আৰু ২৫হাজাৰ টকাকৈ।

ফাইনেল খেলত শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গ’লৰক্ষক আৰু শ্ৰেষ্ঠ গ’লদাতা প্ৰত্যেককে ৫হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈসকলে পাব ট্ৰফিসহ ১হাজাৰকৈ টকা।

সংবাদমেলত বদৌচা স্প’ৰ্টছ ক্লাবৰ বিষয়ববীয়া গিৰীণ বৰা, বিনন্দ মৰাণ, মৃদুল দহোটীয়াও উপস্থিত থাকে।

এইবাৰ ১১সংখ্যক বছৰত ভৰি দিয়া প্ৰতিযোগিতা ২০১৮ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয়ভাৱে আয়োজন কৰা হৈছে। বদৌচা কাপ ২০১৮ উপলক্ষে তিনিচুকীয়া ডাক সংমণ্ডলে যোৱা বছৰ এটা বিশেষ খামো মুকলি কৰিছিল।

২০১৮ চনত প্ৰতিযোগিতাখনত বাংলাদেশৰ ছেইফ স্পৰ্টিং ক্লাব, নেপালৰ শ্যাচাল ইউথ ক্লাব, আই এচ এলৰ দল জামছেদপুৰ এফ চি, যোৱা বছৰৰ বিজয়ী উত্তৰ প্ৰদেশৰ গোৰ্খা ট্ৰেইনিং চেণ্টাৰ, বি ডিভিজন আই লীগৰ বিজেতা মণিপুৰৰ ট্ৰাউ এফ চি, আসাম ৰাইফলছ, অইল ইণ্ডিয়া এফ চি, অসম পুলিচকে ধৰি মুঠ ২২টা দলে অংশ গ্ৰহণ কৰিছিল।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd