• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰৰ পৰা প্ৰাপ্য পুঁজি আৰু বান সাহায্য বিচাৰি নতুন দিল্লীত অসমৰ সাংসদৰ ধৰ্ণা কাৰ্যসূচী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 15, 2019 1:13 pm
696
VIEWS
Share on FacebookShare on Twitter

অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে কেন্দ্রৰপৰা পাপ্য পুঁজি আৰু সাহায্য বিচাৰি নতুন দিল্লীৰ সাংসদ ভৱনৰ চৌহদত অসমৰ সাংসদসকলে আজি পুৱা ১০.৩০ বজাত এক ধৰ্ণা কায্যসূচী গ্ৰহণ কৰে।

মন কৰিবলগীয়া যে ভয়াৱহ প্ৰলয়ংকাৰী বানে অসমলৈ হাহাকাৰ নমাই অনাৰ পিছতো বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰে নিৰ্বিকাৰ ভূমিকা পালন কৰি আছে। গতিকে আজি কেন্দ্ৰৰ পৰা প্ৰাপ্য পুঁজি আৰু বান সাহায্য বিচাৰি অসমৰ কংগ্ৰেছ সাংসদসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

এই ধৰ্ণা কাৰ্যসূচীত ৰিপুন বৰা, সাংসদ ভূৱনেশ্বৰ কলিতা, সঞ্জয় সিং, প্ৰদ্যুত বৰদলৈ, আব্দুল খালেক আৰু ৰাণী নৰহে।

তাৰোপৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৰাজ্যসভাতো অসমৰ বানপানীৰ সমস্যাৰ কথা উল্লেখ কৰে। ৰিপুন বৰাই ৰাজ্যসভাত উল্লেখ কৰি কয় যে অসম চৰকাৰে বন্যাৰ্তসকলক উদ্ধাৰ কৰা তথা বান সমস্যা সমাধান কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে।

গতিকে বৰাই এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এটা বিশেষ দল অসমত উপস্থিত হৈ অসম চৰকাৰক গাইড দিয়াৰ বাবে দাবী জনাইছে যাতে অসম চৰকাৰে বানপীড়িত সকলক সহায় কৰিব পাৰে।

ৰিপুন বৰাই কেন্দ্ৰীয় চৰকাৰক তাৎক্ষণিকভাৱে বান সাহায্য মকুলি কৰি দিয়াৰো দাবী জনাইছে। লগতে অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ দাবী জনাইছে।

তাৰোপৰি বৰাই কেন্দ্ৰৰ ফালৰ পৰা কোনো দায়িত্বশীল মন্ত্ৰী অসমত উপস্থিত হৈ অসমৰ বানপানীৰ সমস্যা তথা পৰিস্থিতিৰ বুজ ল’বৰ বাবে দাবী জনাইছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd