• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্ডিয়ান ফুটবল এৱাৰ্ড’ছ ২০১৯ৰ বাবে সাজু ছিকিম; বঁটাৰ দৌৰত আছে অসমৰ গৌৰৱ বৰা

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
July 19, 2019 12:37 pm
sikkim-football-celebration-750x375

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবল প্লেয়াৰ্ছ এছ’চিয়েশ্যন অব ইণ্ডিয়া (এফ পি এ আই)ই প্ৰদান কৰি অহা ইণ্ডিয়ান ফুটবল এৱাৰ্ড’ছৰ চলিত বছৰৰ বঁটা সমূহ ২১ জুলাই অৰ্থাৎ দেওবাৰে প্ৰদান কৰা হ’ব। ছিকিমৰ পালজৰ ষ্টেডিয়ামত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বঁটা সমূহ প্ৰদান কৰিব।

প্ৰথমবাৰৰ বাবে এনে ধৰণৰ ডাঙৰ অনুষ্ঠান আয়োজন কৰিবলৈ পোৱা ফুটবল প্লেয়াৰ্ছ এছ’চিয়েশ্যন অব ছিকিমে (এফ পি এ এছ) ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অনুষ্ঠানৰ দিনা এফ পি এ আই আৰু ছিকিম ষ্টাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব এখন ফুটবল মেচ। ইতিমধ্যে এই মেচখনৰ বাবে ছিকিমত চলিছে ব্যাপক চৰ্চা।

Apply Now

পালজৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া এই মেচখনত এফ পি এ আইক প্ৰতিনিধিত্ব কৰিব ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰী, দীপক মণ্ডল, মহম্মদ নাৱাজ, আনৱাৰ আলী, নগেন টামাং, নাডং ভূটীয়াৰ লগতে ভাৰতৰ বিভিন্ন পেচাদাৰী ফুটবলাৰ।

আনহাতে ছিকিম ইলেভনত খেলিব ৰাজ্যখনৰ বিভিন্ন আগশাৰীৰ ফুটবলাৰ। আনহাতে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটীয়াও মেচখনত অংশ গ্ৰহণ কৰিব বুলি এফ পি এ আইৰ সভাপতি নিৰ্মল চেত্ৰীয়ে জানিবলৈ দিয়ে। অৱশ্যে ভূটীয়াই কোনটো দলৰ হৈ খেলিব সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।

উল্লেখ্য যে বিগত বছৰ সমূহৰ দৰে এই বছৰো এফ পি এ আইয়ে বিভিন্ন শিতানত আগবঢ়াব বঁটা। শিতান সমূহ হ’ল বেষ্ট ইণ্ডিয়ান প্লেয়াৰ অব দা ইয়েৰ, ইণ্ডিয়ান ইমাৰ্জিং প্লেয়াৰ অব দা ইয়েৰ, ফেনছ প্লেয়াৰ অব দা ইয়েৰ, বেষ্ট কোচ্চ অব দা ইয়েৰ আৰু বেষ্ট ফৰেইন প্লেয়াৰ অব দা ইয়েৰ।

লগতে পঢ়ক : ফেনছ প্লেয়াৰ অব দ্যা ইয়েৰ এৱাৰ্ড’ৰ দৌৰত অসমৰ ফুটবলাৰ গৌৰৱ বৰা

ইফালে ভাৰতীয় ফুটবলৰ উত্তৰণত বিশেষ ভূমিকা অৱলম্বন কৰা প্ৰাক্তন ফুটবলাৰ তথা কেইজন মান বিশেষ ব্যক্তিকো সম্বৰ্ধনা জনোৱা হ’ব বুলি জানিব পৰা গৈছে।

প্ৰথমবাৰৰ বাবে ছিকিমত অনু্ঠিত হ’ব লগীয়া এই ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হ’বলৈ ৰাজ্যখনৰ ফুটবল প্ৰেমীসকলক দেওবাৰে পালজাৰ ষ্টেডিয়ামত উপস্থিত থাকিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে ‘ফেনছ প্লেয়াৰ অব দ্যা ইয়েৰ এৱাৰ্ড’ৰ বাবে বাছনি কৰি উলিওৱা ১০ জন ফুটবলাৰৰ ভিতৰত আছে অসমৰ গৌৰৱ বৰা। এফ পি এ আইয়ে প্ৰদান কৰি অহা এই এৱাৰ্ড ভোটিং পদ্ধতিৰে নিৰ্ণয় কৰা হয়।

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd