• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাইস্কুলৰ ফিক্সড পে’ত কৰ্মৰত শিক্ষকৰ চাকৰি নিয়মীয়া নকৰে চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 30, 2019 11:05 am
Siddhartha Bhatacharya education minister_1

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। ফাইল ফটো

6.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ হাইস্কুলসমূহত ফিক্সড পে’ত চাকৰি কৰি থকা শিক্ষকসকলৰ চাকৰি চৰকাৰে নিয়মীয়া নকৰে।

বিধানসভাত সোমবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কথা স্পষ্ট কৰিছে।

২০০১ চনত হাইস্কুলত ফিক্সড পে’ত চাকৰি লাভ কৰা শিক্ষকসকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আহিছিল।

শিক্ষা মন্ত্ৰীয়ে সদনত জনায় যে সেই সময়ত ১২৪ টা পদৰ বিপৰীতে ৭০০তকৈয়ো অধিক পদত নিযুক্তি দিয়া হৈছিল।

১৯৯৬ চনৰ বিজ্ঞাপন মৰ্মে ২০০১ চনত নিযুক্তি লাভ কৰা শিক্ষকসকলৰ ভিতৰত অতিৰিক্তভাৱে নিযুক্তি লাভ কৰাসকলৰ চাকৰি অবৈধ বুলি যুক্তি দাঙি ধৰি সেইয়া এতিয়া নিয়মীয়া কৰা সম্ভৱ নহয় বুলি জনায় শিক্ষা মন্ত্ৰীয়ে।

শিক্ষা মন্ত্ৰীয়ে যুক্তি দিয়ে যে অবৈধভাৱে নিযুক্তি পোৱা এই শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিলে অবৈধভাৱে নিযুক্তি পোৱা আন শিক্ষকেও চাকৰি নিয়মীয়া কৰাৰ দাবী তোলাৰ সুযোগ পাব।

২০০১ চনত নিযুক্তি পোৱা এই শিক্ষকসকলৰ ভিতৰত বৰ্তমান ৫২৬ গৰাকী কৰ্মৰত হৈ আছে।

শিৱসাগৰ, শোণিতপুৰ, নগাঁও, লখিমপুৰ আৰু ধেমাজি জিলাত নিৰ্দিষ্ট পদৰ বিপৰীতে অতিৰিক্ত নিযুক্তি দিয়া হৈছিল।

বৰ্তমান ১৫,৫০০ টকাকৈ নিৰ্দিষ্ট হাৰত দৰমহা লাভ কৰি থকা এই শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰা নহয় বুলি শিক্ষা মন্ত্ৰীয়ে সদনত স্পষ্ট কৰি দিয়ে।

ইপিনে, চাকৰি নিয়মীয়াকৰণৰ দাবীৰে শিক্ষকসকলে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

চৰকাৰে ইয়াৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত যোৱাৰ হুংকাৰ দিয়ে শিক্ষা মন্ত্ৰীয়ে।

আনহাতে, চৰকাৰৰ এনে কঠোৰ স্থিতিৰ সন্দৰ্ভত হাইস্কুল ফিক্সড পে’ শিক্ষক সমিতিয়ে চৰকাৰক উচ্চতম ন্যায়ালয়লৈ নগৈ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ আহ্বান জনাইছে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd