• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমবাসীক মহাসংগ্ৰামৰ বাবে সাজু হ’বলৈ আহ্বান অখিল গগৈৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 2, 2019 6:35 am
01-08-19 Guwahati- Akhil Gogoi press conference (2)

গুৱাহাটীত বৃহস্পতিবাৰে অখিল গগৈৰ সংবাদমেল। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অতি গোপনে ফ্ৰেছ এনভাইৰমেন্ট ক্লিয়েৰেন্স আৰু কম্পিটাৰ মডেলিং সামূহিক মূল্যায়নৰ নাটক কৰি প্ৰকল্পৰ কাম আগবঢ়াই নিবলৈ সাজু হৈ উঠিছে এন এইচ পি চি।’’ বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেলত এইদৰে দাবী কৰে কৃষক নেতা অখিল গগৈয়ে।

গগৈয়ে সম্পূৰ্ণ বিষয়তো এক ষড়যন্ত্ৰ আখ্যা দি ক’য়, ‘’অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অবৈধ বিদেশী জাপি দিয়াৰ বৃহৎ ষড়যন্ত্ৰ কৰাৰ পাছত এইবাৰ অসমৰ জলসম্পদ লুণ্ঠন কৰিবলৈ আন এক সৰ্ববৃহৎ ষড়যন্ত্ৰ ৰচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে।‘’

Apply Now

তেওঁ লগতে উল্লেখ কৰে, ‘’সততে অসম প্ৰীতি প্ৰদৰ্শন কৰি থকা বিজেপি চৰকাৰ খনে অসমৰ বিৰুদ্ধে আৰম্ভ কৰিলে তৃতীয়টো সৰ্ববৃহৎ ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ অসমৰ জলসম্পদ লুণ্ঠনৰ, এই ষড়যন্ত্ৰ অসমক জলবোমাৰ ওপৰত তুলি দিয়াৰ।‘’

উল্লেখযোগ্য যে যোৱা ১৩ জুন তাৰিখে অতি গোপনভাৱে ফ্ৰেছ এনভাইৰমেন্ট ক্লিয়েৰেন্স বা নতুন পৰিৱেশ সেউজ সংকেত প্ৰদান কৰিছিল। এক্সপাৰ্ট এপ্ৰাইজেল কমিটি(ই এ চি) য়ে এন এইচ পি চিয়ে তৈয়াৰ কৰি দিয়া তিনিজনীয়া বিতৰ্কিত বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন পঢ়ি নতুনকৈ পৰিৱেশ সেউজ সংকেত দিব পাৰে বুলি অনুমোদন দিয়ে।

ইয়াৰ ভিত্তিতে ১৩ জুন তাৰিখে কেন্দ্ৰৰ বন আৰু পৰিৱেশ বিভাগে সৰ্বশেষ পৰিৱেশ সেউজ সংকেত (ফ্ৰেছ এনভাইৰমেন্ট ক্লিয়েৰেন্স) দিয়ে বুলি তেওঁ সদৰী কৰে।

সংবাদমেলত কৃষক নেতা গৰাকীয়ে ক’য় যে ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰ ৩১ জুলাই তাৰিখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কীয় ৰায়টো কোনোপধ্যে গ্ৰহণযোগ্য নহয়।

অসমৰ ৰাইজে এই ৰায় কেতিয়াও মানি নলয় বুলিও তেওঁ উল্লেখ কৰে।

কৃষক নেতা গৰাকীয়ে অসমবাসীক মহাসংগ্ৰামৰ বাবে সাজু হ’বলৈ আহ্বান জনোৱাৰ লগতে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে কৃষক মুক্তিয়ে মৰণপণ যুঁজ দিয়াৰ কথা ব্যক্ত কৰে।

কৃষক মুক্তিয়ে এই সংবাদমেলতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰক সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনায়।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd