• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সপৰিয়ালে বিজেপিলৈ যাব মেঘালয়ৰ কংগ্ৰেছ নেতা মুকুল চাংমা আৰু অসমৰ পৱন সিং ঘাটোৱাৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
August 10, 2019 9:19 pm
Mukul-Sangma-and-Pawan-Singh-Ghatowar-692x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছী নেতাৰে ভাৰাক্ৰান্ত হৈ পৰা বিজেপিলৈ যাবলৈ আৰু কেইবাজনো কংগ্ৰেছ নেতাই মন টঙাই থকাৰ খবৰ পোৱা গৈছে। বিজেপিয়ে ইয়াৰ সদস্যভৰ্তি অভিযান ২০ আগষ্টলৈকে বৃদ্ধি কৰাৰ মাজতে এই খবৰ পোৱা গৈছে।

খবৰ ওলাইছে আন এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰৰ নামো।

Apply Now

কেৱল অসমৰে নহয়, উত্তৰ-পূবৰ আন ৰাজ্যৰ নেতাৰো একেই উৎসাহ দেখা গৈছে। মেঘালয়ৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা ৰাজ্যখনৰ শক্তিশালী কংগ্ৰেছ নেতা তথা দুবাৰকৈ মুখ্য মন্ত্ৰী হোৱা মুকুল চাংমাও যাব পাৰে বুলি চৰ্চা হোৱা দেখা গৈছে।

ইতিমধ্যে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰা ভুৱনেশ্বৰ কলিতাই দিল্লীতে গেৰুৱা দলটোত যোগদান কৰিছে। কাইলৈ হেঙেৰাবাৰীৰ অসম বিজেপিৰ কাৰ্য্যালয়ত কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই যোগদান কৰিব। তেওঁলোকৰ ভিতৰত গৌতম ৰয়, শান্তিয়াছ কুজুৰ অন্যতম।

ৰাজনৈতিক মহলৰ এটা সূত্ৰৰ দাবী, মুকুল চাংমা আৰু পৱন সিং ঘাটোৱাৰ বিজেপিৰ সৈতে সঘন যোগাযোগত আছে।

চাংমা বৰ্তমান মেঘালয় বিধানসভাৰ বিৰোধী দলৰ নেতা হৈ আছে।

তেওঁৰ পত্নী ডিক্কান্সি ডি শ্বিৰা, ভায়েক জেনিথ এম চাংমা আৰু জীয়েক মিয়ানি দলবট শ্বিৰাও ৰাজ্যখনত কংগ্ৰেছী বিধায়ক-বিধায়িকা। সূত্ৰটোৰ দাবী, গোটেই চাংমা পৰিয়ালটোৱেই বিজেপিত যোগাদান কৰাৰ সম্ভাৱনা আছে।

নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা চাংমাক এই বিষয়ত মত ল’বৰ বাবে যোগাযোগ কৰা হৈছিল যদিও ফোনত পোৱা নগ’ল।

চাংমাৰ দৰেই পৱন সিং ঘাটোৱাৰেও তেওঁৰ পত্নী জীৱনতাৰা ঘাটোৱাৰ সহ গেৰুৱা দলটোত যোগদান কৰাৰ সম্ভাৱনা আছে, সূত্ৰটোৱে কয়। ঘাটোৱাৰৰ সৈতে কৰা যোগাযোগৰ চেষ্টাও সফল নহ’ল।

আনপিনে, ভৰত নৰহ আৰু তেওঁৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ ৰাণী নৰহেও কাইলৈ গেৰুৱা দলটোত যোগদান কৰাৰ কথা।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd