• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭৫ শতাংশ বেয়া হৈছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ লিভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2019 1:00 pm
Amitabh Bachchan
13.2k
VIEWS
Share on FacebookShare on Twitter

‘কৌন বনেগা কড়োৰপতি’ৰ নতুন চিজনৰ বাবে অনুৰাগীৰ মাজত ‘বিগ বি’ অমিতাভ বচ্চন চৰ্চিত হৈ আছে যদিও বৰ্তমান তেওঁ কিছু পৰিমানে শাৰিৰীক অসুস্থতাৰ সৈতে যুঁজ দি থাকিব লগা হৈছে।

সদাই সুস্থ আৰু সক্ৰিয় ৰূপত দেখি থকা সকলোৰে আপোন অমিতাভ বচ্চনৰ লিভাৰ ৭৫ শতাংশ বেয়া হোৱা বুলি জানিব পৰা গৈছে। এটা অনুষ্ঠানত ‘বিগ বি’য়ে এই কথা নিজে ৰাজহুৱা কৰে।

৭৬ বছৰীয়া অমিতাভ বচ্চনে যক্ষ্মা ৰোগ সম্পৰ্কে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি সময়ে সময়ে নিজৰ শৰীৰৰ চেক আপ কৰি থকাটো অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে।

‘যক্ষ্মাৰোগৰ উপৰি আৰু অন্যান্য বেমাৰৰ সৈতে যুঁজি আছো। সময়ত যদি এই বেমাৰ সমূহ ধৰা পৰে তেন্তে ইয়াৰ চিকিৎসা সম্ভৱ’। এইদৰে কয় বচ্চনে।

বিভিন্ন বেমাৰ তথা সমস্যাৰ সৈতে যুঁজ দি থকা অমিতাভ বচ্চনে নিজৰ শৰীৰ সুস্থ ৰাখিবলৈ বিভিন্ন যতন লোৱা পৰিলক্ষিত হয়। অভিনেতা গৰাকীয়ে দৈনিক ব্যায়ামৰ লগতে খোজো কাঢ়ে। খোৱা-বোৱাৰ ক্ষেত্ৰতো অভিনেতা গৰাকী খুব সচেতন।

শৰীৰ সুস্থ সবল কৰি ৰখাৰ বাবেই হয়তো অভিনেতা গৰাকীয়ে পূৰ্বৰ দৰে আজিও উজলি আছে অভিনয় জগতখনত।

উল্লেখ্য যে মাত্ৰ ২৫ শতাংশ সক্ৰিয় হৈ থকা লিভাৰৰ সহায়ত জীয়াই থকা বলিউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ ছনি টিভিৰ জৰিয়তে সম্প্ৰচাৰ হৈ থকাৰ লগতে শীঘ্ৰে মুক্তি পাব ‘ব্ৰহ্মাস্ত্ৰ’ নামৰ এখন বিগ বাজেটৰ হিন্দী ছবি।

ইয়াৰ উপৰি ‘গুলাব’ ছিতাবো’ নামৰ আন এখন হিন্দী ছবিৰ শ্বুটিং চলি থকাৰ লগতে ‘ছই ৰা নৰছিম্হা ৰেড্ডী’ নামৰ আন এখন ছবিৰ কামতো ব্যস্ত হৈ আছে অমিতাভ বচ্চন। ইতিমধ্যে এই ছবিখনৰ প’ষ্টাৰো মুকলি কৰা হৈছে।

Recent News

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd