DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৭৫ শতাংশ বেয়া হৈছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ লিভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2019 1:00 pm
Amitabh Bachchan
13.2k
VIEWS
Share on FacebookShare on Twitter

‘কৌন বনেগা কড়োৰপতি’ৰ নতুন চিজনৰ বাবে অনুৰাগীৰ মাজত ‘বিগ বি’ অমিতাভ বচ্চন চৰ্চিত হৈ আছে যদিও বৰ্তমান তেওঁ কিছু পৰিমানে শাৰিৰীক অসুস্থতাৰ সৈতে যুঁজ দি থাকিব লগা হৈছে।

সদাই সুস্থ আৰু সক্ৰিয় ৰূপত দেখি থকা সকলোৰে আপোন অমিতাভ বচ্চনৰ লিভাৰ ৭৫ শতাংশ বেয়া হোৱা বুলি জানিব পৰা গৈছে। এটা অনুষ্ঠানত ‘বিগ বি’য়ে এই কথা নিজে ৰাজহুৱা কৰে।

৭৬ বছৰীয়া অমিতাভ বচ্চনে যক্ষ্মা ৰোগ সম্পৰ্কে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি সময়ে সময়ে নিজৰ শৰীৰৰ চেক আপ কৰি থকাটো অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে।

‘যক্ষ্মাৰোগৰ উপৰি আৰু অন্যান্য বেমাৰৰ সৈতে যুঁজি আছো। সময়ত যদি এই বেমাৰ সমূহ ধৰা পৰে তেন্তে ইয়াৰ চিকিৎসা সম্ভৱ’। এইদৰে কয় বচ্চনে।

বিভিন্ন বেমাৰ তথা সমস্যাৰ সৈতে যুঁজ দি থকা অমিতাভ বচ্চনে নিজৰ শৰীৰ সুস্থ ৰাখিবলৈ বিভিন্ন যতন লোৱা পৰিলক্ষিত হয়। অভিনেতা গৰাকীয়ে দৈনিক ব্যায়ামৰ লগতে খোজো কাঢ়ে। খোৱা-বোৱাৰ ক্ষেত্ৰতো অভিনেতা গৰাকী খুব সচেতন।

শৰীৰ সুস্থ সবল কৰি ৰখাৰ বাবেই হয়তো অভিনেতা গৰাকীয়ে পূৰ্বৰ দৰে আজিও উজলি আছে অভিনয় জগতখনত।

উল্লেখ্য যে মাত্ৰ ২৫ শতাংশ সক্ৰিয় হৈ থকা লিভাৰৰ সহায়ত জীয়াই থকা বলিউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ ছনি টিভিৰ জৰিয়তে সম্প্ৰচাৰ হৈ থকাৰ লগতে শীঘ্ৰে মুক্তি পাব ‘ব্ৰহ্মাস্ত্ৰ’ নামৰ এখন বিগ বাজেটৰ হিন্দী ছবি।

ইয়াৰ উপৰি ‘গুলাব’ ছিতাবো’ নামৰ আন এখন হিন্দী ছবিৰ শ্বুটিং চলি থকাৰ লগতে ‘ছই ৰা নৰছিম্হা ৰেড্ডী’ নামৰ আন এখন ছবিৰ কামতো ব্যস্ত হৈ আছে অমিতাভ বচ্চন। ইতিমধ্যে এই ছবিখনৰ প’ষ্টাৰো মুকলি কৰা হৈছে।

Recent News

এক কিলোগ্ৰাম মাছৰ দাম ৪৫ হাজাৰ টকা!দৈত্যাকাৰ মাছ কিনিবলৈ ক্ৰেতাৰ ভিৰ

এক কিলোগ্ৰাম মাছৰ দাম ৪৫ হাজাৰ টকা!দৈত্যাকাৰ মাছ কিনিবলৈ ক্ৰেতাৰ ভিৰ

Congress To Hold Nation Wide Protest From Nov 14

১৪ নৱেম্বৰৰপৰা দেশজুৰি প্ৰতিবাদত নামিব সৰ্ব ভাৰতীয় কংগ্ৰেছ

Corona warrior award: নৰ্থ ইষ্ট নাওৰ সাংবাদিক জাহ্নৱী বৰুৱালৈ কৰোনা যোদ্ধা বঁটা, ২০২১

Corona warrior award: নৰ্থ ইষ্ট নাওৰ সাংবাদিক জাহ্নৱী বৰুৱালৈ কৰোনা যোদ্ধা বঁটা, ২০২১

Drugs will become sugar powder if Shah Rukh joins BJP

শ্বাহৰুখ খানে বিজেপিত যোগদান কৰিলেই ড্ৰাগছ চেনী হৈ পৰিব! কোনে কৰিছে এই মন্তব্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd