• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰ ভাড়াত চলা বিদেশী ন্যায়াধিকৰণৰ ঘৰ ভাড়া নিদিয়াকৈ পলায়ন

২৯ মাহৰ ভাড়া আৰু বিদ্যুত মাচুল নিদিয়াকৈ হঠাতে স্থানান্তৰ বিদেশী ন্যায়াধিকৰণৰ কাৰ্য্যালয়

নীলমণি শৰ্মা by নীলমণি শৰ্মা
August 28, 2019 8:04 am
Rented House

বিদেশী ন্যায়াধিকৰণৰ কাম কাজ চলাবলৈ মাটিয়া চক্ৰ বিষয়াই ভাৰাত লোৱা ঘৰটো এতিয়া পৰিত্যক্ত অৱস্থাত দেখা গৈছে।

1.8k
VIEWS
Share on FacebookShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশৰ এমাহৰ ভিতৰত আৰু ২০০খন বিদেশী ন্যায়াধিকৰণ স্থাপন কৰাৰ কথা চৰকাৰে ঘোষণা কৰাৰ সময়তে ভাড়া ঘৰত বিদেশী ন্যায়াধিকৰণৰ কামকাজ চলি থকা আৰু সেই ঘৰৰ ভাড়াও দিবলৈ সক্ষম নোহোৱাৰ এটা ঘটনা পোহৰলৈ আহিছে।

২৯ মাহৰ ঘৰ ভাড়া আৰু সম পৰিমাণৰ সময়ৰ বিদ্যুৎ বিল অনাদায় হৈ থকা ঘটনাটো গোৱালপাৰা জিলাৰ মৰনৈৰ।

ভুক্তভোগী ৰত্না সেনৰ পৰিয়ালটোৱে জনোৱা মতে, বিদেশী ন্যায়াধিকৰণৰ কাম কাজ চলাবলৈ মাটিয়া চক্ৰ বিষয়াই ২০১৫ চনতে এটা ঘৰসহ এটা চৌহদ তেওঁলোকৰ পৰা ভাড়ালৈ লৈ অতিৰিক্ত বিদেশী ন্যায়াধিকৰণক কাম-কাজ কৰিবলৈ দিয়ে ৷

কিন্তু অতি পৰিতাপৰ কথা যে প্ৰশাসনে  ২৯ মাহ এই ঘৰটো ভাড়াত লৈ ইয়াতে বিদেশী ন্যায়াধিকৰণৰ কাম- কাজ চলাই আছিল যদিও ভাড়াৰ নামত আজিলৈ এটা টকাও নিদিলে ঘৰটোৰ মালিকক ৷ আনকি বিদ্যুতৰ বিলো দিয়া নাছিল।

৬ টাকৈ কোঠা থকা বৃহৎ ঘৰটোৰ ভাড়াৰ বাবত মালিকে বাৰম্বাৰ নিজৰ প্ৰাপ্য বিচাৰি আছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল  প্ৰশাসনে ৷

আৰু আচৰিত কথাটো হ’ল- এদিন হঠাতেই অতিৰিক্ত বিদেশী ন্যায়াধীশৰ কাৰ্যালয়টো আন ঠাইলৈ স্থানান্তৰ হৈ গ’ল।

ঘৰটোৰ মালিকে যোৱা ২৯ মাহে নিজৰ প্ৰাপ্য বিচাৰি কাৰ্যালয়ে কাৰ্যালয়ে অহা-যোৱা কৰিও কোনো ফল পোৱা নাই। ঘৰ ভাড়াৰ উপৰি ২৯ মাহত  বিদ্যুতৰ মাচুল ২৫ হাজাৰ টকাকৈ, সেয়াও আদায় নিদিলে প্ৰশাসনে, যাৰ বাবে বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগ বিছিন্ন কৰি দিছে।

ঘৰৰ মালিকে ঘৰৰ প্ৰাপ্য ভাড়াৰ উপৰি ২৯ মাহৰ বিদ্যুতৰ বিল আদায়ৰ বাবে উপায়ুক্তৰ কাৰ্যালয়লৈ বহুবাৰ অহা-যোৱা, আবেদন-নিবেদন কৰিও আজিলৈ এটা টকাও পাবলৈ সক্ষম নহ’ল৷

ঘোষিত বিদেশীক ন্যায় দিব খোজা বিদেশী ন্যায়াধিকৰণ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ এনে অন্যায় তথা দায়িত্বহীনতাই অঞ্চলটোৰ সচেতন মহলক ভবাই তুলিছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd