• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ধমান বিস্ফোৰণৰ গোচৰত বাংলাদেশৰ চাৰিজন, অসমৰ তিনিজন জেহাদীকে ধৰি মুঠ ১৯ জনক দোষী সাব্যস্ত নিয়াৰ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2019 10:58 am
NIA case on burduwan blast

বৰ্ধমান বিস্ফোৰণৰ দোষী সাব্যস্ত হোৱা অসমৰ এজন জেহাদী

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ বৰ্ধমানত ২০১৪ চনত সংঘটিত বিস্ফোৰণৰ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ আদালতে বুধবাৰে চাৰিজন বাংলাদেশী, ছাহানুৰ আলমসহ অসমৰ তিনিজনকে ধৰি মুঠ ১৯ গৰাকী জেহাদীক দোষী সাব্যস্ত কৰে।

দোষী সাব্যস্ত হোৱা প্ৰতিগৰাকী জেহাদীয়ে বৰ্ধমান বিস্ফোৰণৰ লগত জড়িত থকা বুলি স্বীকাৰ কৰে।

Apply Now

৩০ আগষ্টত অপৰাধী কেইজনৰ শাস্তি ঘোষণা কৰিব নিয়াৰ আদালতে।

উল্লেখযোগ্য যে, বৰ্ধমান বিস্ফোৰণৰ লগত জড়িত থকা অসমৰ মুল অভিযুক্ত ছাহানুৰ আলমৰ ঘৰ বৰপেটা জিলাৰ চতলা গাঁৱত।

লগতে পঢ়ক : তিনি বছৰ ঘৰৰ লগত যোগাযোগ নাছিল বৰ্ধমান বিস্ফোৰণ কাণ্ডত গ্ৰেপ্তাৰ হোৱা আব্দুল মতিনৰ

আদালতে, ছাহানুৰ আলমৰ লগতে দোষী সাব্যস্ত হোৱা অসমৰ আন দুজন অভিযুক্ত হ’ল ছাকিউল ইছলাম আৰু ছহিদুল ইছলাম।

ছাকিউল ইছলামৰ ঘৰ বৰপেটা জিলাৰ কাহিকুছিত হোৱাৰ বিপৰীতে ছহিদুল ইছলামৰ ঘৰ বৰপেটা জিলাৰে ৰৌমাৰিপথাৰত।

পশ্চিম বংগৰ বৰ্ধমান জিলাৰ খগ্ৰাগড় অঞ্চলত ২০১৪ চনৰ ২ অক্টোবৰত বিস্ফোৰণ সংঘটিত কৰিছিল জেহাদীৰ দলটোৱে।

বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত কৰা বাংলাদেশী নাগৰিক কেইজন নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন জামাত-উল-মুজাহীদিন বাংলাদেশৰ সদস্য।

লগতে পঢ়ক : কেৰালাৰ পৰা জামাতুল মুজাহিদিনৰ সদস্য বৰপেটাৰ আব্দুল মতিনক গ্ৰেপ্তাৰ কলকাতা আৰক্ষীৰ

ঘটনাৰ তদন্তত নিয়াই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ লগতে, হেণ্ড গ্ৰেনেড, আই ই ডি আৰু প্ৰশিক্ষণৰ ভিডিঅ’ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত মুঠ ৩০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰি শ্বাৰ্জশ্বিট দাখিল কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am
কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

কৰ্ণাটকৰ ভোটাৰ তালিকাত বৃহৎ বিসংগতি: ক্ৰুটিপূৰ্ণ তালিকাত ‘আধাৰ’ৰ ৰূপকাৰ নন্দন নিলেকানিৰ পৰা চি এন আৰ ৰাওলৈকে বহু গণ্যমান্য ব্যক্তিৰ নাম

September 10, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd