• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মর্মান্তিক: টীয়ক চাহবাগিচাত শ্ৰমিকৰ প্ৰহাৰত মৃত্যু জ্যেষ্ঠ চিকিৎসকৰ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
September 1, 2019 7:35 am
Doctor-assaulted-1-1140x570

টীয়ক চাহ বাগিচাত শ্ৰমিকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱাৰ পাছত সুৰক্ষা বাহিনীৰ লোকে ঘেৰি থকা অৱস্থাত ড০ দেৱেন দত্ত। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ টীয়ক চাহ বাগিচাত শনিবাৰে শ্ৰমিকে এগৰাকী জ্যেষ্ঠ চিকিৎসকক আক্ৰমণ কৰাৰ ফলত চিকিৎসকগৰাকীৰ মৃত্যু হয়।

শ্ৰমিকৰ আক্ৰমণত গুৰুতৰভাৱে আহত চিকিৎসকজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতলত শেষ নিশ্বাস ত্যাগ কৰে।

Apply Now

শ্ৰমিকসকলে ৭৩ বছৰীয়া আৱাসিক চিকিৎসক ড০ দেৱেন দত্তক কৰ্তব্যত অনুপস্থিত থকাৰ তথা টীয়ক চাহ বাগিচাৰ এগৰাকী অস্থায়ী শ্ৰমিকৰ মৃত্যুৰ বাবে দায়ী বুলি অভিযোগ তুলি নৃশংসভাৱে প্ৰহাৰ কৰে।

যোৰহাট চহৰৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰত টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত এই টীয়ক চাহ বাগিচা।

এক সূত্ৰই জানিব দিয়ে যে বাগিচাৰ ১২ নং লাইনত বাস কৰা এগৰাকী অস্থায়ী শ্ৰমিক ৩৩ বছৰীয়া সুক্ৰা মাঝিক আত্মীয়সকলে বাগিচাখনৰ ভিতৰত থকা হাস্পাতলখনলৈ শনিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত সংকটজনক অৱস্থাত লৈ আনে।

‘’কিন্তু সেই সময়ত ড০ দত্ত হাস্পাতলখনত উপস্থিত নাছিল আৰু ফাৰ্মাচিষ্ট গৰাকীও ছুটীত আছিল। কৰ্তব্যত থকা নাৰ্ছে এটা চেলাইন যদিও শ্ৰমিকজনৰ মৃত্য হয়। ফলত বাগিচাখনৰ শ্ৰমিকসকল উত্তেজিত হৈ পৰে,’’-সূত্ৰটোৱে কয়।

‘’ড০ দত্তই যেতিয়া প্ৰায় ৩.৩০ বজাত উপস্থিত হয়, তেওঁক নৃশংসভাৱে প্ৰহাৰ কৰাৰ লগতে হাস্পাতলখনৰ এটা কোঠাত বন্দী কৰি ৰাখে,’’-সূত্ৰটোৱে জানিবলৈ দিয়ে।

সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে যে  হাস্পাতলখনৰ কাষতে থকা চাহ বাগিচাখনৰ কল্যাণ বিষয়া জীৱন কুৰ্মীয়ে চিকিৎসকগৰাকীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও শ্ৰমিকসকলে তেওঁকো প্ৰহাৰ কৰে।

প্ৰায় ৫ বজাত টীয়ক আৰক্ষী থানাৰ পৰা আৰক্ষী তথা চি আৰ পি এফ বাহিনীৰ লোকে আহি চিকিৎসকগৰাকীক উদ্ধাৰ কৰে আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতললে প্ৰেৰণ কৰে যদিও তাত তেওঁৰ মৃত্যু হয়।

উল্লেখযোগ্য যে ড০ দত্তই বহুদিন আগেয়ে অৱসৰ গ্ৰহণ কৰিছিল যদিও চাকৰিকাল বৃদ্ধিৰ যোগেদি সেৱা আগবঢ়াই আহিছিল।

তেওঁৰ ঘৰ আছিল টীয়কৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান আঁতৰৰ জগদুৱাৰত।

টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ গগৈয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ কথা জানিব দিয়ে।

যোৰহাটৰ উপায়ুক্ত ৰশ্নি এ কোৰাটিয়ে কয় যে চিকিৎকগৰাকীক দণ্ডাধীশ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিছিল।

‘’তেওঁক ততাতয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ প্ৰেৰণ কৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে ড০ দেৱেন দত্তই চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে,’’-তেওঁ কয়।

কোৰাটিয়ে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি জানিব দিয়ে।

অতিৰিক্ত উপায়ুক্ত সুভান গোৱালাই তদন্তৰ দায়িত্ব দিয়া হৈছে আৰু ৭ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd