• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত আছুৰ হাতত ধৰাশায়ী এবিভিপি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 3, 2019 6:42 am
FB_IMG_1567433332496

ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে শিৱসাগৰ মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ হাতত ধৰাশায়ী হয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ।

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এঘাৰটা পদত অনুষ্ঠিত নিৰ্বাচনত এঘাৰটা পদেই দখল কৰে আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে।

Apply Now

ছাত্ৰ একতা সভাৰ নিৰ্বাচনটোত আছুৰ সমৰ্থিত প্ৰাৰ্থীক এক প্ৰকাৰ প্ৰত্যাহ্বান জনোৱা বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত এজন প্ৰাৰ্থীও বিজয়ী হব নোৱাৰিলে।

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ভিতৰত সভাপতি পদত প্ৰাণজিৎ বৰা, উপ সভাপতি চিৰঞ্জীৱ বৰা, সাধাৰণ সম্পাদক চাৰুহ আলম শইকীয়া,  সহকাৰী সাধাৰণ সম্পাদক অংকিতা গগৈ, সমাজসেৱা ইমন ফুকন, তৰ্ক আৰু কুইজ প্ৰিয়ংকা পাপৰি হাজৰিকা নিৰ্বাচিত হয়।

সেইদৰে সাহিত্য আৰু আলোচনী বিভাগত চান্দিনী বৰা, কলা আৰু সংগীত সৌৰভ শেখৰ চাহু, ছাত্ৰ জিৰণি কোঠা সুৰজ গগৈ, গুৰু ক্ৰীড়া বিভাগ স্বপ্নীল দুৱাৰা, বেডমিন্টনত গৌতম গগৈ, শৰীৰ চৰ্চাত প্ৰাণদ্বীপ দত্ত, ভলীবল সৌৰভ জ্যোতি কলিতা, ছাত্ৰী জিৰণি কোঠা জ্যোতিকা য়েইন আৰু শ্ৰেণী প্ৰতিনিধি কাব্যশ্ৰী বৰদলৈ বিজয়ী হয়।

বিজয়ী আছুৰ সমৰ্থিত ছাত্ৰ-ছাত্ৰী সকলক মহাবিদ্যালয়ৰ পৰা সমদল কৰি চহৰৰ বৰ্ডিং ৰোডৰ আছুৰ শিৱসাগৰ জিলাৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত অভিনন্দন জনোৱা হয়।

এই বিজয় সন্দৰ্ভত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে,  শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত বিজেপিৰ ভাতৃ সংগঠন এভিবিপিৰ সমৰ্থিত প্ৰাৰ্থী এজনো জয়ী হব নোৱাৰিলে।

তেওঁ কয় যে ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয় যে শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ বৰ্তমানৰ চৰকাৰৰ কামকাজ তথা নীতিক সমৰ্থন নকৰে। সেইবাবে আছুক সমৰ্থন কৰিছে।

তেওঁ বিজয়ী প্ৰাৰ্থী সকলক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতে ছাত্ৰ সমাজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়।

আনহাতে সোমবাৰে অনুষ্ঠিত সোণাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনত আছু সমৰ্থিত চৈধ্যগৰাকী প্ৰাৰ্থী বিজয়ী হয়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd