• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ নবেম্বৰত বিবাহপাশত আবদ্ধ হ’ব সাংসদ আগাথা কে চাংমা

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
September 16, 2019 4:43 pm
Agatha_

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২১ নবেম্বৰত তুৰা লোকসভা সমষ্টিৰ সাংসদ আগাথা কে চাংমাই চিকিৎসক পেট্ৰিক ৰংমা মাৰাকৰ সৈতে বিবাশপাশত আবদ্ধ হ’ব।

পৰিয়ালৰ এটা সূত্ৰই নৰ্থ-ইষ্ট নাওক জানিবলৈ দি কয় যে সাংসদ গৰাকীৰ বিবাহৰ দিন হিচাপে অহা ২১ নবেম্বৰৰ দিনটো খাটাং কৰা হৈছে। বিবাহৰ অনুষ্ঠানটি অতি সাধাৰণভাৱে অনুষ্ঠিত হ’ব বুলিও জনায়।

Apply Now

আগাথা কে চাংমা হৈছে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পূৰ্ণ আগিতোক চাংমাৰ কনিষ্ঠ কন্যা।

ইয়াৰ উপৰি তেওঁ মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে চাংমা আৰু গৃহ মন্ত্ৰী জেমচ কে চাংমাৰ কনিষ্ঠ ভগ্নী।

যোৱা শনিবাৰে পূব গাৰো পাহাৰ জিলাৰ ৰাজাচিমলা গাঁৱত অতি সাধাৰণভাৱে আয়োজিত এক অনুষ্ঠানত ৩৯ বছৰীয়া সাংসদ গৰাকী আৰু চিকিৎসক পেট্ৰিক ৰংমা মাৰাকৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হয়।

আঙঠি পিন্ধোৱা পৰ্বৰ দিনা আগাথাৰ মাতৃ চৰাদিনি কে চাংমা, ভাতৃৰ লগতে উত্তৰ তুৰা সমষ্টিৰ বিধায়ক থমাছ চাংমা উপস্থিত আছিল।

ইফালে জানিব পৰা মতে ৩৯ বছৰীয়া সাংসদ গৰাকীৰ বিবাহৰ অনুষ্ঠানটি গাৰো পাহাৰৰ আটাইতকৈ ডাঙৰ কেথলিক চাৰ্চ চেক্ৰেড হাৰ্ট শ্ৰাইন (Sacred Heart Shrine)ত অনুষ্ঠিত হ’ব।

অতি সাধাৰণভাৱে অনুষ্ঠিত হ’ব লগীয়া বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান আগাথা চাংমাৰ তুৰাস্থিত ৱালবাকগ্ৰেৰ বাসগৃহত আয়োজন কৰা হৈছে।

দিল্লীত জন্মগ্ৰহণ কৰা আগাথাই পুনে বিশ্ববিদ্যালয়ৰ পৰা এল এল বিৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে তেওঁ য়ুকে(UK)ৰ নটিংহাম য়ুনিভাৰ্চিটিৰ পৰা এনভাৰোমেণ্টেল মেনেজমেণ্টত মাষ্টাৰ ডিগ্ৰী লৈছিল।

উল্লেখ্য যে ২০০৮ চনত প্ৰথমবাৰৰ বাবে উপ নিৰ্বাচনৰ জৰিয়তে লোকসভালৈ নিৰ্বাচিত হৈছিল আগাথা। সেই সময়ত পিতৃয়ে ৰাজ্যৰ ৰাজনীতিত যোগ দিয়াৰ বাবেই তুৰা সমষ্টিটোক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল আগাথা চাংমাই।

ইয়াৰ পিছতে ২০০৯ চনত নেশ্যনেল পিপলছ পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ নিৰ্বাচিত হয় আৰু য়ু পি এৰ দ্বিতীয় কাৰ্যকালৰ সৰ্বকনিষ্ঠ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰে।

আনহাতে তেওঁৰ হ’ব লগীয়া চিকিৎসক স্বামী বৰ্তমান চিলংস্থিত নৰ্থ-ইষ্টাৰ্ণ ইণ্ডিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অব হেল্থ এণ্ড মেডিকেল চায়েন্সেৰ ৰেচিডেণ্ট চিকিৎসক হিচাপে কৰ্মৰত।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd