• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অ’ এন জি চিয়ে মানি ল’লে দাবী; আটাছুৰ ১০০ ঘণ্টীয়া বন্ধ সাময়িকভাৱে স্থগিত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 25, 2019 12:04 pm
34.3k
VIEWS
Share on FacebookShare on Twitter

সদৌ টাই আহোম ছাত্ৰ সন্থা, শিৱসাগৰ জিলা সমিতিয়ে ২৪ ছেপ্তেম্বৰৰ পৰা আহ্বান জনোৱা ১০০ ঘণ্টীয়া অ’এন জি চি বন্ধ সাময়িকভাৱে স্থগিত ৰাখে।

মঙ্গলবাৰে অৰ্থাৎ ২৪ ছেপ্তেম্বৰৰ সন্ধিয়া আটাছু, শিৱসাগৰ জিলা প্ৰশাসন আৰু অ’ এন জি চি কৰ্তৃপক্ষৰ মাজত হোৱা ত্ৰিপাক্ষীক আলোচনাৰ অন্তত এই সিদ্ধান্ত লয় আটাছুৱে। আলোচনাত সংগঠনটোৱে উত্থাপন কৰা চাৰিটা দাবীৰে তিটা দাবী মানি লয় অ’ এন জি চিয়ে।

সংগঠনটোৱে উত্থাপন কৰা দাবী কেইটা আছিল তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণ বন্ধ কৰা, অ’এনজিচি অসম সম্পদৰ মুখ্য কাৰ্যালয় নাজিৰাৰ পৰা অন্য স্থানলৈ হস্তান্তৰ কৰাটো বন্ধ কৰা, শিৱসাগৰ জিলাৰ দৰিদ্ৰ মেধা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বছৰেকীয়া বিশেষ জলপানিৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু আহোম অধ্যুষিত অঞ্চলৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এককালীন সাহায্য পুঁজিৰ ব্যৱস্থা কৰা।

আলোচনাকালত সংগঠনটোৱে উল্লেখ কৰা উক্তা দাবী কেইটা মানি লোৱাৰ বিপৰীতে চিভিলৰ এ আৰ চি কামৰ নিবিদা শীঘ্ৰে বন্ধ কৰাৰ যি  দাবী উত্থাপন কৰিছিল তাৰ বাবে অ’ এন জি চি কৰ্তৃপক্ষই চাৰি দিন সময় বিচাৰে।

আলোচনাৰ অন্তত সংগঠনটোৱে ১০০ ঘণ্টীয়া বন্ধ কাৰ্যসূচী স্থগিতা ৰাখে। আজিৰে পৰা অ’এনজিচিৰ তৈল ক্ষেত্ৰ সমূহৰ লগতে কাৰ্যালয়ৰ কামকাজ পূৰ্বৰ দৰে চলিছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd