• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাতমাহে অধ্যক্ষ নাই : অৰাজক পৰিস্থিতিত মৰিগাওঁ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2018 11:29 pm
PressRelease
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনিবলৈ আচৰিত যেন লাগিলেও এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সাত মাহ ধৰি অধ্যক্ষ নোহোৱাকৈয়ে চলি আছে। অধ্যক্ষ নোহোৱা বাবে বিদ্যালয়খনত প্ৰায় অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ অধ্যক্ষ তথা কৰ্তৃত্বশীল পক্ষ নথকাত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজতে লাগিছে অৰিয়া-অৰি। ফলত শৈক্ষিক পৰিৱেশ বিঘ্নিত হোৱাৰ লগতে চৰম বেমেজালিৰো সৃষ্টি হৈছে। এই অৱস্থা হৈছে মৰিগাওঁ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত।

জানিব পৰা মতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে যোৱা কেইবা মাহো ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষক অধ্যক্ষ নিযুক্তিৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো কোনো সুফল পোৱা নাই। শেহতীয়াকৈ তেওঁলোকে মৰিগাওঁ জিলাৰ বিভিন্ন দল-সংগঠনলৈ হস্তক্ষেপ বিচাৰি আৱেদন জনাব লগীয়া হৈছে।

Apply Now

আজি আমাৰ হাতত পৰা এই সম্পৰ্কীয় এখন আৱেদন হাতত পৰিছে, য’ত বিদ্যালয়খনৰ ১৩ জন শিক্ষক-শিক্ষয়িত্ৰীয়ে স্বাক্ষৰ কৰিছে আৰু যিখন মৰিগাওঁ জিলা সাংবাদিক সংস্থাৰ সভাপতি, মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি, মৰিগাওঁ জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি, মৰিগাওঁ জিলা তিৱা ছাত্ৰ সন্থা, উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি, অসম উন্নতি সভাৰ মৰিগাওঁ জিলা সম্পাদকলৈ সম্বোধন কৰা হৈছে।

আৱেদন পত্ৰখনত জিলাখনৰ ভিতৰতে পুৰণি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা হৈছে। আনহাতে বিদ্যালয়খনত বিষয় শিক্ষকৰো সাতটাকৈ পদ খালী হৈ আছে। ইয়াৰ ফলত অহা বৰ্ষত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নতুন নামভৰ্তিত অসুবিধাই দেখা দিব বুলি কোৱা হৈছে।

আৱেদনখনত কৰা অভিযোগ মতে যোৱা বছৰৰ ৩১ মে’ত তদানীন্তন অধ্যক্ষ গহীন চন্দ্ৰ নাথে অৱসৰ লোৱাৰ পিছত বিদ্যালয়খনৰ এজন জ্যেষ্ঠ শিক্ষকৰ পৰিৱৰ্তে এগৰাকী কনিষ্ঠ শিক্ষয়িত্ৰীক ইনচাৰ্জৰ দায়িত্ব দিয়াত জ্যেষ্ঠ শিক্ষকসকলৰ স্বাভিমানত আঘাত লাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am
বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am
বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

বিশ্বকাপৰ  খবৰ : পানামাক ১-০ গ’লত পৰাস্ত কৰি ক্ৰোৱেচিয়াৰ বিজয় অভিযান আৰম্ভ

June 24, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd