• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানছ ৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 23, 2019 6:55 am
Assam-Secretariat-Janata-Bhavan-1140x570
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীলৈ প্ৰধান মন্ত্ৰী মোদীয়ে মৰগীয়া বানছ ৫% বৃদ্ধি ঘোষণা কৰাৰ পাছতেই ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীলৈও সমান শতকৰা হাৰত মৰগীয়া বানছ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে সোণোৱালে চৰকাৰে, যিটোক দেৱালীৰ উপহাৰ বুলিব পাৰি।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া ভাট্টা বৃদ্ধি কৰাৰ এই সিদ্ধান্তটো ঘোষণা কৰা হৈছে ২২ অক্টোবৰত।

Apply Now

এই বৰ্ধিত হাৰ ২০১৯ চনৰ ১ জুলাইৰ পৰাই কাৰ্যকৰী হ’ব আৰু অৱসৰ লোৱা কৰ্মচাৰী সকলেও অৰ্থাৎ পেন্সন লাভ কৰা সকলেও তেওঁলোকৰ পেন্সন এই ৫ শতাংশ বৃদ্ধিৰ হাৰত লাভ কৰিব।

সদ্যহতে মুঠ ৪ মাহৰ বৰ্ধিত মৰগীয়া ভাট্টা কৰ্মচাৰীসকলে একেলগে লাভ কৰিব।

ইয়াৰ আগলৈকে কৰ্মচাৰীসকলৰ মৰগীয়া বানছ ১২ শতাংশ আছিল আৰু এতিয়াৰ পৰা ১৭ শতাংশকৈ লাভ কৰিব।

ৰাজ্য চৰকাৰৰ এই ঘোষণাই ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকললৈ সন্তুষ্টি কঢ়িয়াই আনিছে বুলি জানিবলৈ দিছে সচিবালয় সেৱা সন্থাই।

৫ শতাংশ মৰগীয়া ভাট্টা বৃদ্ধিৰ পাছতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰিছে সচিবালয় সেৱা সন্থাৰ সভাপতি বাসৱ কলিতা আৰু সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই।

“চৰকাৰে দীপান্বিতাৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীৰ বাবে ১২ শতাংশ ৰ পৰা ১৭ শতাংশলৈ মৰগীয়া বানচ বৃদ্ধি কৰাত অনুমোদন দিয়া হেতু অসম সচিবালয় সেৱা সন্থাৰ তৰফৰ পৰা সভাপতি বাসৱ চন্দ্র কলিতা আৰু সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই মুখ্য মন্ত্রী আৰু বিত্ত মন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে আগন্তুক দীপান্বিতা উপলক্ষে মুখ্য মন্ত্ৰীৰ লগতে ৰাজ্যৰ কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে।’ সচিবালয় সেৱা সন্থাৰ এটা বিবৃতিত প্ৰকাশ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd