• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় দলত এইবাৰ ‘ছিক্সাৰ কিং’ শিৱম; বলাৰৰ বাবে সন্ত্ৰাস সৃষ্টি কৰিবলৈ সাজু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2019 12:13 pm
shivam-dube1-

শিৱম ডুবে। ফটো উৎস : টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ নবেম্বৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে হ’ব লগীয়া টি-২০ শৃংখলাৰ বাবে নিৰ্বাচকে প্ৰথমবাৰৰ বাবে মুম্বাইৰ বিস্ফোৰক অলৰাউণ্ডাৰ শিবম ডুবেক ভাৰতীয় দলত স্থান দিছে।

মুম্বাইৰ ২৬ বছৰীয়া শিৱমক আঘাতপ্ৰাপ্ত হাৰ্দিক পণ্ডিয়াৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

উল্লেখ্য যে বাঁওহতীয়া বেটছমেন শিৱমে ইতিমধ্যে ঘৰুৱা প্ৰতিযোগিতা সমূহত বিস্ফোৰক বেটিঙেৰে নিজৰ দক্ষতা প্ৰমাণ কৰি থৈছে। তেওঁ বিশাল ছিক্সাৰ মৰাৰ ক্ষেত্ৰতো সিদ্ধহস্ত।

যোৱা বছৰ ৰঞ্জি ট্ৰফীত বৰোডাৰ বিৰুদ্ধে খেলা মেচত শিৱমে স্পিনাৰ স্বপ্নিল সিঙৰ অ’ভাৰত একেৰাহে পাঁচটা ছয় কোবাইছিল। মাত্ৰ এটা ছয়ৰ বাবে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত এক অভাৰত ছয়টা ছয় কোবোৱা ৰবি শাস্ত্ৰীৰ ৰেকৰ্ডৰ সৈতে সমভাগী হোৱাৰ পৰা বঞ্চিত হৈছিল শিৱম।

ইফালে একাংশ ক্ৰিকেট বিশেষজ্ঞই শিৱম ডুবেক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্যতম বাঁওহতীয়া বিস্ফোৰক বেটছমেন যুৱৰাজ সিঙৰ সৈতে তুলনা কৰিব বিচাৰে। যিদৰে যুৱৰাজে অকলেই এখন মেচৰ গতিপথ সলনি কৰিছিল ঠিক সেইদৰে শিৱমো সক্ষম বুলি বহুতে অভিহিত কৰে।

উল্লেখ্য যে যোৱা বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত উল্লেখণীয় প্ৰদৰ্শন আগবঢ়াইছিল শিৱমে। প্ৰতিযোগিতাখনত শিৱমে এটা বিস্ফোৰক শতক অৰ্জন কৰাৰ লগতে সৰু সৰু কেইবাটাও গুৰুত্বপূৰ্ণ ইনিংছেৰে দলৰ জয়ত অৰিহনা আগবঢ়াইছিল।

শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজ এ আৰু দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে উন্নতমানৰ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবেই শিৱম ডুবেক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি চলিত বিজয় হাজাৰেত কৰ্ণাটকৰ বিৰুদ্ধে মাত্ৰ ৬৭টা বলত ১১৮ ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছিল।

বেটিঙৰ উপৰি প্ৰতিযোগিতাখনত বলেৰেও উন্নত প্ৰদৰ্শন আগবঢ়াই পাঁচটা উইকেট দখল কৰিছে। ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই অহাৰ ফলশ্ৰুতিতে তেওঁ ভাৰতীয় দলত স্থান লাভ কৰে।

বাঁওহতীয়া বেটছমেন তথা সোহতীয়া মিডিয়াম পেছ বলাৰ শিৱম ডুবেই এই পৰ্যন্ত ১৬খন ফাৰ্ষ্ট ক্লাছ মেচত অংশ লৈ ১০১২ ৰান সংগ্ৰহ কৰিছে।

২৫টা ইনিংছত বেটিং কৰা ডুবেৰ নামত আছে ২টা শতক আৰু ৭টা অৰ্ধশতক। আনহাতে উইকেট অৰ্জন কৰিছে ৪০টা।

আই পি এলত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ বেংগালোৰৰ হৈ খেলা শিৱমৰ টি-২০ ষ্ট্ৰাইক ৰেট হৈছে ১৪২।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd