• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল গগৈৰ মুক্তিৰ দাবীত দিল্লীত ১৮৪ টা কৃষক সংগঠনৰ একত্ৰিত প্ৰতিবাদ

এন ই নিউজ ব্যুৰো, নতুন দিল্লী: by এন ই নিউজ ব্যুৰো, নতুন দিল্লী:
November 20, 2017 1:19 pm
133
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কাৰাবাস খাটি থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত গোটেই দেশৰে প্ৰায় ১৮৪ টা কৃষক সংগঠনে আজি নতুন দিল্লীৰ সংসদ মাৰ্গত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। উক্ত সভাখনত অংশ গ্ৰহণ কৰা কৃষক সংগঠনবোৰৰ প্ৰতিনিধিসকলে অতি শীঘ্ৰে কৃষক নেতাজনৰ মুক্তিৰ দাবী তোলে। সভাখনত অসমৰ পৰা বেদান্ত লস্কৰৰ নেতৃত্বত প্ৰায় ২০০ তকৈয়ো অধিক কৃষক মুক্তিৰ সদস্যই অংশগ্ৰহণ কৰে। আজিৰ প্ৰতিবাদী সভাত উপস্থিত সকলৰ ভিতৰত স্বৰাজ অভিযানৰ নেতা যোগেন্দ্ৰ যাদৱো আছিল। নিজৰ বক্তব্যত যাদৱে কয় যে তেওঁ অখিলৰ ভাষণটো ভালকৈ চাইছে আৰু তাত অখিলে কোনো ৰাষ্ট্ৰদ্ৰোহমূলক মন্তব্য দিয়াৰ প্ৰমাণ নাই। তেওঁ অখিলক গণতন্ত্ৰত বিশ্বাসী তথা দুৰ্নীতিৰ বিৰুদ্ধে এগৰাকী যোদ্ধা বুলি অভিহিত কৰে। তেওঁ লগতে কয়, এইখন মঞ্চৰ পৰাই আমি কৃষকৰ ঋণ ৰেহাইৰ বাবে আৰু উৎপাদিত সামগ্ৰীৰ নিম্নতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাৰ দাবী তুলিম। কাইলৈ কৃষক সংগঠনসমূহে নতুন দিল্লীৰ ৰামলীলা ময়দানত আন এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব, য’ত একলাখমান মানুহৰ উপস্থিতি আশা কৰিছে।

Recent News

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

চৰম নাৰীবিদ্বেষী মানসিকতা! মিছ ৱৰ্ল্ড-২০২৫ৰ প্ৰতিযোগীক আয়োজকে যৌনকৰ্মীৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত কোনো তৃতীয় পক্ষ নাইঃ ‘বন্ধু’ ট্ৰাম্পৰ দাবীক নস্যাৎ নৰেন্দ্ৰ মোদীৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

মুখৰ ভিতৰত ঘাঁ কিয় হয়? জানো আহক প্ৰতিকাৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

কাছ সংৰক্ষণৰ আদৰ্শ মন্দিৰ ৰূপে স্বীকৃতি লাভ বিশ্বনাথৰ নাগশংকৰ মন্দিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd