• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একালৰ সতীৰ্থ অতুল বৰা আৰু কেশৱ মহন্তক জন্মগত দেশদ্ৰোহী আখ্যা প্ৰণৱজিৎ চলিহাৰ

"আজিৰ আন্দোলন কৰা দল-সংগঠন বিলাকে নিজৰ সংগঠনৰ অস্তিত্ব ৰাখিবলৈ আন্দোলন কৰিছে"

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 6, 2019 7:57 pm
39.1k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত ‘কেব’ক লৈ চিন্তিত একালৰ ছাত্ৰ নেতা ৰমু ওৰফে প্ৰণৱজিৎ চলিহা। আজি ছাত্ৰ নেতা গৰাকীয়ে নিজৰ আৱেগ প্ৰকাশ কৰি ক্ষুৰধাৰ সমালোচনা কৰে একালৰ সতীৰ্থ আৰু দল সংগঠনক।

“আমাৰ এতিয়া ভগ্ন স্বাস্থ্য যদিও সৈনিকৰ পোচাক খুলি থোৱা নাই, ৰণৰ কুকুৰা ৰণত মৰিম।” এইদৰে মন্তব্য কৰি পুনৰ আন্দোলনত নমাৰ হুংকাৰ দিয়ে একালৰ ছাত্ৰ নেতা ৰমু ওৰফে প্ৰণৱজিৎ চলিহাই।

“অসম আন্দোলনত ১৩ বছৰ জেল খালো। অসমৰ এখনো জেল নাই য’ত মই সোমোৱা নাই।” তেওঁ কয়।

“মোক সকলোৱে কয় মই অসাংবিধানিক শব্দ ব্যৱহাৰ কৰো বুলি।’ উল্লেখ কৰি তেওঁ বদনক বৰফুকনক মাতিব পৰা সাংবিধানিক শব্দ কি আছে বুলি প্ৰশ্ন কৰে।

“সৰ্বানন্দ সোণোৱাল, ৰাস্তাত নচা হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, কেশৱ মহন্ত, ফণীভূষন চৌধুৰীক সম্বোধন কৰিবলৈ সাংবাধানিক শব্দ মই ব্যৱহাৰ নকৰো” বুলি কৈ ক্ষোভ উজাৰি এক প্ৰকাৰে এই সকল নেতাক আধুনিক অসমৰ বদন বুলিয়েই আখ্যা দিয়ে একালৰ প্ৰতাপী ছাত্ৰ নেতা জনে।

আনহাতে বৰ্তমান আন্দোলন কৰি থকা দল-সংগঠন বিলাকৰ ওপৰতো ক্ষোভ উজাৰি প্ৰণৱজিৎ চলিহাই কয় “আজিৰ আন্দোলন কৰা দল-সংগঠন বিলাকে নিজৰ সংগঠনৰ অস্তিত্ব ৰাখিবলৈ আন্দোলন কৰিছে। সকলো সংগঠনে ‘কেব’ৰ বিৰেধিতা কৰিছে তেন্তে আজিলৈকে কিয় সকলোকে এদিনো একেখন মঞ্চত দেখা নাই। কিয় কাৰোৰে হৃদয়ৰ পৰা ওলাই অহা ‘জয় আই অসম’ শুনা নাই।”

“আন্দোলনত লাচিত লাচিত ক’লে নহব, লাচিত হ’ব পাৰিব লাগিব। লাচিত বৰফুকনে টায়াৰ জ্বলোৱা নাছিলে, লাচিতে ৰাজপথত আন্দোলনো কৰা নাছিলে আৰু অনশনো কৰা নাছিলে।” বুলি উল্লেখ কৰি লাচিতৰ নাম লৈ লাচিত নহ’লে এই বীৰ পুৰুষজনৰ নাম নল’বলৈ আহ্বান জনায় একালৰ প্ৰতাপী ছাত্ৰ নেতাগৰাকীয়ে।

ইফালে তেওঁ একালৰ সতীৰ্থ  অতুল বৰা আৰু কেশৱ মহন্তক জন্মগত দেশদ্ৰোহী বুলি কয়। তেওঁ কয় যে সিহঁতি দেশ আৰু জাতিৰ বাবে আন্দোলন কৰাই নাছিল। সিহঁতে কেৱল ক্ষমতা আৰু টকাৰ বাবেহে আন্দোলন কৰিছিল।

অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীয়ে কেৱল ক্ষমতাৰ বাবে ‘কেব’ক সমৰ্থন কৰি ৮৫৫ জন শ্বহীদকে নহয় অসম আন্দোলনত আমাৰ দৰে জীয়াই থকা সকলকো নিৰ্লজ্জভাৱে অপমান কৰিলে বুলি মন্তব্য কৰে একালৰ ছাত্ৰ নেতাগৰাকীয়ে। লগতে ‘কেব’ আহিলে অসম ধ্বংস হ’ব বুলিও তেওঁ কয়।

তাৰোপৰি তেওঁ কয় যে পৃথিৱীত এনেকোৱা কোনখন দেশ আছে যি য়ে বিদেশী আনিম বুলি কয়। একমাত্ৰ এইখনেই দেশ যিখনে বিদেশী আনিম বুলি কয়।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd