• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত গভীৰ নিদ্ৰাৰ পৰা সাৰ পালে অসম সাহিত্য সভাই; যোগ দিলে ৰাজপথৰ আন্দোলনত

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
December 7, 2019 9:06 am
CAB-1-750x375

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাট প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমদল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত গভীৰ নিদ্ৰাৰ পৰা সাৰ পালে ৰাজ্যখনৰ জাতীয় জীৱনৰ পৰিচয় বহন কৰা অন্যতম সাহিত্যৰ অনুষ্ঠান অসম সাহিত্য সভাই।

Apply Now

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰা বুলি বহ সমালোচনাৰ সন্মুখীন হোৱা অসম সাহিত্য সভাই শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে।

সাহিত্য সভাৰ সদস্যসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটত দুঘন্টীয়া  অৱস্থান ধৰ্মঘট পালন কৰে।

সভাই লগতে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

অসম সাহিত্য সভাই স্মাৰক পত্ৰখনত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে খিলঞ্জীয়া লোকসকলক নিজৰ ভূমিতে সংখ্যালঘুত পৰিণত কৰিব আৰু সেয়েহে বিধেয়কখন বাতিল কৰিব লাগে।

ইপিনে, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে ৫৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

ছাত্ৰসকলে লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোমোৱাল প্ৰতিকৃতিও দাহ কৰে।

আনহাতে, কংগ্ৰেছৰ সদস্যসকলে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ৰাতিপুৱা ৮বজাৰ পৰা বিয়লি ৩ বজালৈ বিধেয়কখনৰ বিৰুদ্ধে অনশন কাৰ্যসূচী ৰূপায়ন কৰে।

ইপিনে, আছুৰ যোৰহাট গোটে আন সংগঠনৰ সৈতে লগ লাগি এক প্ৰতিবাদী সমদল উলিয়ায় আৰু উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে।

তদুপৰি, যোৰহাট প্ৰেছ ক্লাবৰ সদস্যসকলেও বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াই নিজৰ ৰাজ্যখনতে খিলঞ্জীয়া অসমীয়াক সংখ্যালঘু কৰি তোলাৰ কেন্দ্ৰৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান জনায়।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd