• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰৰ ৰোষত ৰাজনৈতিক কাৰ্যকলাপত জড়িত কৰ্মচাৰী; অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2019 8:05 pm
DEE

প্ৰাথমিক শিক্ষা সঞ্চালকালয়।

645
VIEWS
Share on FacebookShare on Twitter

যিসময়ত সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি শেহতীয়া বিতৰ্কিত ‘নাগৰিকত্ব সংশোধনী আইন'(কা)ৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনতাৰ প্ৰবল প্ৰতিবাদ অব্যাহত আছে, তেনে সময়তে অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এক বিশেষ নিৰ্দেশনাই অসমৰ শিক্ষকসকলৰ লগতে জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মঙলবাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ শিক্ষা বিষয়াসকললৈ অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা এক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে।

নিৰ্দেশনা অনুসৰি, বৰ্তমান বহুলভাৱে প্ৰচলিত ফেইচবুক, হোৱাটছ্ এপ, টুইটাৰ, ইনষ্টা’গ্ৰাম আদি ছ’চিয়েল মিডিয়াত যিসকল বিভাগীয় নিয়মীয়া অথবা ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰী ৰাজনৈতিক কাৰ্যকলাপ আৰু গতিবিধিত জড়িত হৈছে, সেইসকলৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

জাননী
প্ৰাথমিক শিক্ষা সঞ্চালকে দিয়া নিৰ্দেশনাটো।

ৰাজনৈতিক কাৰ্যকলাপত জড়িত হৈ অসম সেৱা বিধি, ১৯৬৪ৰ নিয়ম ভঙ্গৰ অভিযোগ আনি এনে কৰ্মচাৰী তথা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে জিলা শিক্ষা বিষয়াসকলক নিজ নিজ জিলাৰ অন্তৰ্গত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,  সহকাৰী পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকসকললৈ নিৰ্দেশনা প্ৰেৰণৰ বাবেও নিৰ্দেশ দিছে।

ইতিমধ্যে ‘কা’ বিৰোধী গণ-সংগ্ৰামত সাধাৰণ জনতাৰ সমানেই জঁপিয়াই পৰা চৰকাৰী কৰ্মচাৰী তথা শিক্ষকসকলে বিষয়টো কেনেদৰে গ্ৰহণ কৰে লক্ষণীয় হ’ব।

এই সম্পৰ্কে বিভিন্নজনে এনে ব্যৱস্থা জনসাধাৰণৰ সংগ্ৰাম ৰোধৰে এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd