• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুৰ দত্তক গ্ৰহণৰ নামত চলে শিশুৰ অবৈধ সৰবৰাহ; ব্যৱস্থা গ্ৰহণৰ দাবীৰে দৰং জিলাৰ উপায়ুক্তক স্মাৰকপত্ৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
December 29, 2019 8:00 pm
adoption

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ দত্তক গ্ৰহণৰ (Adoption) নামত দৰং জিলাত চলি আছে শিশুৰ অবৈধ আৰু অনৈতিক সৰবৰাহ।

শিশুৰ অধিকাৰৰ হৈ কাম কৰা ক্ৰিষ্টেল ভিজন নামৰ এটা সংগঠনে আজি এই বিষয়ে অৱগত কৰি জিলাখনৰ উপায়ুক্ত ঘনশ্যাম দাসক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। উপায়ুক্ত দাস জিলা শিশু সুৰক্ষা সমিতিৰো অধ্যক্ষ।

Apply Now

সংগঠনটোৱে দাবী কৰে যে নিঃসন্তান বয়সীয়া দম্পতীৰ বাবে সহায়ক আইন HAMA ( Hindu Adoption and Maintenance Act ), 1956-খনৰ বহুতে অপব্যৱহাৰ কৰি আছে।

গুৰুতৰ বিষয়টোক লৈ উপায়ুক্তজনক তেওঁৰ কাৰ্য্যালয়ত সাক্ষাৎ কৰা সংগঠনটোৰ সচিব মানবেন্দ্ৰ বৰুৱাই উপায়ুক্তজনে উচিত কাৰ্য্যব্যৱস্থা লোৱাৰ আশ্বাস দিয়া বুলি নৰ্থ-ইষ্ট নাওক জনায়।

সংগঠনটোৰ ৮জন প্ৰতিনিধিয়ে ইয়াৰ উপাধ্যক্ষ লুটফুৰ ৰহমানৰ নেতৃত্বত উপায়ুক্তজনক সাক্ষাৎ কৰিছিল।

নৰ্থ-ইষ্ট নাওৰ আগত মানবেন্দ্ৰ বৰুৱাই কয় যে এই কু-কৰ্মত ক্ষমতাশালী ৰাজনৈতিক নেতা, চৰকাৰী বিষয়া, অধিবক্তা আনকি জুভেনাইল জাষ্টিছ এক্টৰ অধীনত গঠিত গোটৰ লোকো মধ্যস্থতাকাৰী হিচাপে থকাটো অস্বীকাৰ কৰিব নোৱাৰি।

সংগঠনটোৱে উপায়ুক্তজনক এই শিশু সৰবৰাহকাৰী চক্ৰৰ পৰা জিলাখনত শিশুৰ অধিকাৰৰ হৈ কাম কৰা অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিক সুৰক্ষা দিয়াৰো দাবী কৰে।

“আমি জিলাখনত শিশু তুলি লোৱা (দত্তক গ্ৰহণ) শেহতীয়া প্ৰেক্ষাপটৰ বিষয়ে আৰু প্ৰকৃততেই শিশুৰ অধিকাৰৰ বাবে যিসকল লোকে কাম কৰি আছে, তেওঁলোকে সন্মুখীন হোৱা ভাবুকিৰ বিষয়ে আলোচনা কৰো”, বৰুৱাই কয়।

সংগঠনটোৱে কেৱল জুভেনাইল জাষ্টিষ্ট এক্টৰ অধীনতহে বৈধ দত্তক গ্ৰহণৰ জৰিয়তে শিশুৰ অধিকাৰ নিশ্চিত কৰিবলৈ আহ্বান জনায়।

বৰুয়াই কয়, একাংশ লোকে নিজৰ স্বাৰ্থত প্ৰাইভেট এডপশ্যনক উৎসাহিত কৰি আহিছে, যিটোৱে অবৈধ শিশু সৰবৰাহৰ বাট মুকলি কৰিছে।

“আমাৰ আৱেদন উপায়ুক্তই ধৈৰ্য্যৰে শুনিছে আৰু জিলাখনত এই ক্ষেত্ৰত সম্ভাব্য পদক্ষেপ ল’ব বুলি আশ্বাস দিছে”, ক্ৰিষ্টেল ভিজনৰ উপাধ্যক্ষ লুটফুৰ ৰহমানে কয়।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd