• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমে শীঘ্ৰে লাভ কৰিব “ভাল খবৰ”

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
January 2, 2020 3:54 pm
Will hear some good news soon: Himanta Biswa Sarma on Assam

অমিত শ্বাহৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কা-বিৰোধী প্ৰতিবাদৰ চাপত বিজেপিয়ে অসমত ইয়াৰ “দাগলগা ভাবমূৰ্তি” উদ্ধাৰৰ বাবে শীঘ্ৰেই “কিবা এক ডাঙৰ” ঘোষণা কৰিব পাৰে।

বিজেপিয়ে ৰাজ্যখনত ২০১৬ চনৰ বিধান সভা নিৰ্বাচন আৰু ২০১৪ আৰু ২০১৯ৰ লোক সভা নিৰ্বাচনত অসাধাৰণ নিৰ্বাচনী সাফল্য অৰ্জন কৰিছিল।

এতিয়া নাগৰিকত্ব (সংশোধন) আইনক লৈ গেৰুৱা দলটো শ’লঠেকত পৰিছে।

অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ পিছতে ঘোষণা কৰিছে যে অসমক লৈ শীঘ্ৰেই “ভাল খবৰ” আহি আছে।

“অসমীয়াৰ পৰিচয়ৰ সমস্যা, আমাৰ জনজাতীয় সম্প্ৰদায়সমূহৰ আশা-আকাংক্ষা আৰু উত্তৰ-পূবত ৰাষ্ট্ৰীয়তাবাদী চিন্তা প্ৰক্ৰিয়াক সবল কৰা সন্দৰ্ভত তেওঁ (শ্বাহ)ৰ সৈতে এক দীঘলীয়া আলোচনা কৰিলো। সোনকালেই কিছু ভাল খবৰ শুনিবলৈ পাম,” শৰ্মাৰ টুইট।

Happy to spend this #NewYear afternoon with Sri @AmitShah whom I adore for his clear thoughts. Had a long discussion with him about identity issues of Assamese, aspirations of our tribals community and strengthening nationalist thought process in NE. Will hear some good news soon

— Himanta Biswa Sarma (@himantabiswa) January 1, 2020

শৰ্মাই নতুন দিল্লীত বুধবাৰে অনুষ্ঠিত বিজেপি নেতাসকলৰ এক বৈঠকতো অংশগ্ৰহণ কৰে।

অমিত শ্বাহে বিজেপিৰ বৈঠকখনৰ সভাপতিত্ব কৰিছিল, আৰু খবৰমতে কা-ৰ প্ৰচাৰ কাৰ্য্যসূচী সম্পৰ্কে আলোচনা হৈছিল।

কিন্তু, বিজেপিয়ে ভালকৈ জানে যে অসমত আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত ইয়াৰ প্ৰচাৰ কাৰ্য্যসূচী কোনেও গ্ৰহণ নকৰিব।

গেৰুৱা দলটোৰ নেতাসকল পতিয়ন গৈছে যে অসমত কা-বিৰোধী আকস্মিক প্ৰতিবাদ দেশজুৰি বৃহত্তৰ প্ৰতিবাদলৈ পৰ্য্যৱসিত হ’ল।

হিমন্ত বিশ্ব শৰ্মাৰ টুইট এক স্পষ্ট ইংগিত যে বিজেপিয়ে অসমৰ কা-বিৰোধী প্ৰতিবাদক প্ৰশমিত কৰিবলৈ “কিবা এটা ডাঙৰ” পৰিকল্পনা কৰিছে।

ঝাৰখণ্ডৰ নিৰ্বাচনী পৰাজয়ৰ পিছত বিজেপি নেতাসকল অসমত প্ৰতিটো খোজতে সতৰ্ক হ’ব যিহেতু ২০২১ চনত ৰাজ্যখনত বিধান সভা নিৰ্বাচন হোৱাৰ কথা।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকল উদ্বিগ্ন হৈ আছে যে কা-ৰ বাবে অসমত ১.৩ কোটি হিন্দু বাংলাদেশীয়ে সংস্থাপন পাব।

হিমন্ত বিশ্ব শৰ্মাকে ধৰি একাংশ বিজেপি নেতাই ধাৰাবাহিকভাৱে দাবী কৰি আহিছে যে কেৱল ৫.৪ লাখ মানুহহে অসমত নাগৰিকত্ব পোৱাৰ বাবে যোগ্য হ’ব, কিন্তু এই প্ৰতিশ্ৰুতি কোনেও গ্ৰহণ কৰা নাই।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 7, 2025 9:38 am
সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

September 7, 2025 9:22 am
শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

শক্তিশালী চীনক বিধ্বস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

September 7, 2025 8:56 am
বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাভলিনাই

September 7, 2025 8:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 7, 2025 9:38 am
সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

সংৰক্ষিত বনাঞ্চলত পুনৰ কমাণ্ডো শিবিৰ নিৰ্মাণৰ অবৈধ অনুমোদন অসমৰ বন বিভাগৰ

September 7, 2025 9:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd