• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক বিকল্প!! চ’চিয়েল মিডিয়াত চৰ্চাত ’২১ৰ চৰকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2020 9:01 pm
835344-caa

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী প্ৰতিবাদৰ মাজতে অসমৰ চ’চিয়েল মিডিয়াত ’২১ৰ “ৰাজনৈতিক বিকল্প” চৰকাৰৰ এক চৰ্চা চলিছে!

অসমৰ কা-বিৰোধী বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ নেতা, শিল্পীৰ অন্তৰ্ভুক্তিৰে এখন সম্ভাৱ্য প্ৰাৰ্থী তালিকাও প্ৰকাশ পাইছে।

Apply Now

তালিকাখনত ৰাজনীতিৰ ক্ষেত্ৰত “সাপ-নেউল” প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈৰো নাম আছে।

তালিকাখনৰমতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী।

মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা- অজিত কুমাৰ ভূঞা/ প্ৰশান্ত ৰাজগুৰু, অখিল ৰঞ্জন দত্ত- ৰাজনৈতিক উপদেষ্টা, OSD- ৰাহুল গৌতম শৰ্মা, অৰ্থনৈতিক উপদেষ্টা- মৃণাল তালুকদাৰ, আইনী উপদেষ্টা- অৰূপ বৰবৰা, ৰাজ্যপাল- হীৰেন গোহাঁই, ৰাজ্য সভাৰ সাংসদ- জয়ন্ত বৰুৱা, অখিল গগৈ।

কা-বিৰোধিতাত সৰৱ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নাম তালিকাত নাই।

তালিকাখনৰমতে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হ’ব।

কোৱা হৈছে যে অসমৰ বাকী কিছু সমষ্টিৰ বাবে আৱেদন লৈ থকা হৈছে আৰু যোগ্য বুলি বিবেচিত হ’লে ঘোষণা হ’ব।

ৰাজ্যত এক নতুন আঞ্চলিক দল গঠনক লৈ চৰ্চা চলি থকাৰ পৰতে চ’চিয়েল মিডিয়াত এই তালিকাই ব্যাপক চৰ্চা লাভ কৰিছে।

বিজেপি নেতাৰ লগতে কা-বিৰোধীয়েও তালিকাখন চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে। কোৱা হৈছে যে তালিকাখন হোৱাটছএপযোগে চলিছে।

social media buzz
এগৰাকী বিজেপি নেতাই কৰা পোষ্টৰ স্ক্ৰীনশ্বট।

বহু কা-বিৰোধীকে ধৰি বেছিসংখ্যক লোকেই এই সম্ভাৱ্য “বিকল্প”ৰ বিৰোধিতা কৰিছে।

এগৰাকী শিল্পীয়েও শ্বেয়াৰ কৰা তালিকাখনক লৈ একাংশই সমৰ্থন-বিৰোধিতা একো কৰা নাই, নগণ্যসংখ্যকে সমৰ্থন আৰু গৰিষ্ঠসংখ্যকে বিৰোধিতা কৰিছে।

কিছুমান কমেণ্ট: “Just like I oppose CAA, i oppose this list too!/ এতিয়াহে বুজিলো আন্দোলনৰ নামত এতিয়া ৰাজনৈতিক দল। বাঃ বাঃ বঢ়িয়া দে/ বান্ধৰক ছনদেছ দি লাভ নাই/ Finally justice should be done….dis would be d dream team for a new ASSAM…golden assam/ এইখন ১৫০০ টকীয়াৰ লিষ্ট/ হওক দিয়ক বাংলাদেশী মূলৰ এজন মূখ্যমন্ত্ৰী তালিকাত আছে/ এতিয়া আন্দোলন গুচি ৰাজনৈতিক প্ৰচাৰ হে হৈছে / বহুত ভাল হব..আমাক এনেকুৱা এখন প্রাৰ্থী তালিকাই লাগে” ইত্যাদি।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd