• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিঅ’ৰ ধামাকা; মাত্ৰ ৫ টকাত প্ৰতিদিনে অতিৰিক্ত ২ জিবি ডাটা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2020 9:44 am
Jio launches VO WiFi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেলিকম জগতত চাৰি বছৰত পদাৰ্পন কৰা ৰিয়ায়েন্স জিঅ’ই এটাৰ পাছত আন এটা অফাৰ ঘোষণাৰ জৰিয়তে এয়াৰটেল, ভোডাফোন আদি কোম্পানীৰ ওপৰত চাপ সৃষ্টি কৰাত উঠিপৰি লাগিছে।

প্ৰতিযোগিতামূলক বজাৰখনত গ্ৰাহকৰ বাবে আকৰ্ষণীয় প্লেনৰ কৰি আহিছে কোম্পানীটোৱে। এইবাৰ গ্ৰাহকক আন এক মনোলোভা অফাৰ আগবঢ়াইছে য’ত মাত্ৰ আঢ়ৈ টকাতে গ্ৰাহকে পাব অতিৰিক্ত ডাটা।

Apply Now

যিসকল প্ৰিপেইড গ্ৰাহকে অধিক ডাটা ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে বৰ্তমান আটাইতকৈ উপযোগী প্লেন হৈছে ৫১ দিনৰ ভেলিডিটি থকা ২৫১ টকাৰ প্লেনটো।

এই প্লেনত ভইচ কলৰ সুযোগ নাই যদিও গ্ৰাহকে প্ৰতিদিনে ২ জিবি ডাটা লাভ কৰে।

তদুপৰি, জিঅ’ৰ বহু এনে কেবল ডাটা প্লেন আছে য’ত ৰিচাৰ্জ কৰিলে ৬ জিবি পৰ্যন্ত ডাটা ব্যৱহাৰৰ সুযোগ পোৱা যায়।

সস্তাৰ ভিতৰত ২৫১ টকাৰ প্লেনটোৱেই আটাইতকৈ উত্তম। প্ৰতিদিনে ২ জিবি ডাটা হিচাপত প্ৰতি ১ জিবি ডাটাৰ বাবে গ্ৰাহকে খৰচ কৰিব লাগে মাত্ৰ ২ টকা ৪৬ পইচা।

সেই হিচাপত প্ৰতিদিনে পাংচ টকাতকৈয়ো কমত অতিৰিক্ত ২ জিবি ডাটা ব্যৱহাৰৰ সুযোগ। অৱশ্যে, মনত ৰাখিব লগা কথাটো হ’ল ইয়াত ভইচ কল বা এছএমএছৰ বাবে সুকীয়াকৈ টপ আপ ৰিচাৰ্জ কৰিব লাগিব।

যিসকলে ছচিয়েল মিডিয়াত অধিক ব্যস্ত থাকে, ডিজিটেল প্লেটফৰ্মত চিনেমা, ৱেব ছিৰিজ চোৱাৰ চখ ৰাখে বা অনলাইন গেম খেলাৰ নিচা আছে তেওঁলোকৰ বাবে উক্ত প্লেনটো হৈছে আটাইতকৈ উপযোগী।

উদাহৰমস্বৰূপে,যিসকলে ৩৯৯ টকাৰ প্লেন ব্যৱহাৰ কৰি আছে তেওঁলোকে প্ৰতিদিনে ডেৰ জিবি ডাটা লাভ কৰে। এতিয়া ইয়াৰ সৈতে যদি ২৫১ টকাৰ প্লেনটো ৰিচাৰ্জ কৰে তেতিয়াহ’লে তেওঁ প্ৰতিদিনে আৰু অতিৰিক্ত ২ জিবি ডাটা লাভ কৰিব।

অৱশ্যেই যিসকলে অধিক ডাটা ব্যৱহাৰ কৰে তেওঁলোকৰ বাবেহে এই প্লেনৰ ৰিচাৰ্জ লাভজনক। কিয়নো ৰিচাৰ্জৰ পাছত সেইটো এক্টিভ নকৰিলে প্লেনটোৱে কোনো ধৰণে কাম নকৰিব। সেয়েহে, MyJio এপত গৈ ‘My Vouchers’ শাখাৰে ইয়াকএক্টিভ কৰিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd