• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চ চহিদৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি মুখ্য মন্ত্ৰীলৈ পত্ৰ শিৱসাগৰৰ সাংবাদিকৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 18, 2020 5:14 pm
7.2k
VIEWS
Share on FacebookShare on Twitter

‘কা’ বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰি পুলিচ আৰু নিৰাপত্তাৰক্ষীৰ হাতত মৃত্যুক আঁকোৱালি লোৱা পঞ্চ চহিদ ক্ৰমে দীপাঞ্জল দাস, চেম ষ্টেফৰ্ড, আব্দুল  আলিম, ঈশ্বৰ নায়ক আৰু দীজেন্দ্ৰ পাংগিঙৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ন্যায়িক তদন্ত বিছাৰি আজি শিৱসাগৰৰ উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে সাংবাদিক যদুমণি বড়াই।

সাংবাদিক গৰাকীয়ে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা এই পত্ৰখনত এই পাঁচগৰাকী যুৱকক পুলিচ-নিৰাপত্তাৰক্ষীয়ে হত্যা কৰাৰ কাৰ্যৰ সন্দৰ্ভত আজিকোপতি চৰকাৰে কোনো ন্যায়িক তদন্তৰ ঘোষণা নকৰাটো উদ্বেগৰ বিষয় বুলি উল্লেখ কৰিছে।

পত্ৰখনৰ জৰিয়তে সাংবাদিক যদুমণি বড়াই ২০ দিনৰ ভিতৰত অসমৰ মুখ্য মন্ত্ৰী গৰাকীক এই হত্যাকাণ্ডৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা এক ন্যায়িক তদন্ত ঘোষণা কৰিবৰ বাবে আহ্বান কৰিছে।

উল্লেখযোগ্য যে ২ জানুৱাৰীত সাংবাদিক গৰাকীয়ে পঞ্চ চহিদৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্ত বিচাৰি শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এককভাৱে অনশনত বহিছিল। অনশনস্থলীত সাংবাদিক গৰাকীয়ে চৰকাৰী পুলিচ আৰু নিৰাপত্তাৰক্ষী বাহিনীক জালিয়ানাবালাবাগৰ হত্যাকাণ্ড সংঘটিত কৰা বৃত্ৰিছ পুলিচ বিষয়া জেনেৰেল ডায়াৰ বাহিনীৰ লগত তুলনা কৰিছিল।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd