• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছেৰে যুঁজ : মাত্ৰ ৬ দিনতে চিকিৎসালয় নিৰ্মাণ কৰিবলৈ যুদ্ধকালীন গতিত কাম চীনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2020 7:50 pm
China_Hospital

ফটোৰ উৎস : ইণ্টাৰনেট।

27.8k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে অভূতপূৰ্ব আতংকৰ সৃষ্টি কৰা চীনে আক্ৰান্ত লোকসকলৰ বাবে ইয়াৰ য়ুহান মহানগৰখনত মাত্ৰ ৬টা দিনৰ ভিতৰতে এখন সুকীয়া চিকিৎসালয় নিৰ্মাণ কৰিবলৈ যুদ্ধকালীন গতিত কাম কৰি আছে।

এছ’চিয়েটেড প্ৰেছক য়ুহানৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ১ হাজাৰ বিছনা থাকিব লগীয়া চিকিৎসালয়খন অহা ৩ ফেব্ৰুৱাৰিত চিকিৎসা চলাব পৰা হৈ উঠিব।

বৰ্তমান এই ভাইৰাছত আক্ৰান্ত লোকসকলক মহানগৰখনৰ আন আন চিকিৎসালয়তে চিকিৎসা কৰি থকা হৈছে।

চিকিৎসালয়খনৰ অংশবোৰ সুকীয়া সুকীয়াকৈ নিৰ্মাণ কৰা হৈছে যাতে খুব সোনকালেই ইয়াক সম্পূৰ্ণ ৰূপ দিব পৰা যায়।

উপলব্ধ হোৱা ভিডিঅ’ ফুটেইজ কিছুমানত দেখা গৈছে যে বিভিন্ন নিৰ্মাণ যন্ত্ৰই নিৰ্মাণ স্থানত কাম কৰি আছে।

চীনে ২০০৩ চনতো মাৰাত্মক ৰূপ লোৱা SARS-ৰ সৈতে যুঁজ দিওঁতেও অনুৰূপ দ্ৰুত ব্যৱস্থা লৈছিল।

নতুন এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাব এই য়ুহান মহানগৰখনৰ পৰাই আৰম্ভ হোৱা বুলি ধাৰণা কৰা হৈছে।

বিজ্ঞান-প্ৰযুক্তিত উন্নত দেশখনে এই মাৰাত্মক ভাইৰাছবিধৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন অভূতপূৰ্ব পদক্ষেপ ল’ব লগীয়া হৈছে। ইয়াৰ ভিতৰত প্ৰায় ১৩খন মহানগৰ বন্ধ কৰি দিয়াৰ দৰে পদক্ষেপো আছে।

৬ দিনৰ ভিতৰত এখন চিকিৎসালয় নিৰ্মাণক People’s Daily-এ চিকিৎসা বিজ্ঞানৰ ইতিহাসত এটা “বিস্ময়কৰ ঘটনা” (miracle) আখ্যা দিছে।

Recent News

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

যৌন আতিশয্যৰ গোচৰত অভিনেতা বিজয় ৰাজক দোষমুক্ত ঘোষণা আদালতৰ

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

লক্ষাধিক লোকৰ অন্তিম শ্ৰদ্ধাৰে বিশ্বৰ ‘আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি’ মুজিকাৰ শেষবিদায়

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

তুৰস্কৰ পাকিস্তানক সমৰ্থনঃ দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে থকা তুৰ্কীৰ সংস্থাৰ চুক্তি বাতিল আদানী গ্ৰুপৰ

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

৫ হাজাৰ পাকিস্তানী ভিক্ষাৰীক বিতাড়ণ ছৌদি আৰবৰ; পাকিস্তানী মন্ত্ৰীয়েই দিলে লজ্জাজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd