• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত মেধাবী ছাত্ৰীক অপহৰণ; হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2020 4:03 pm
Bokakhat story

বোকাখাতত নিৰুদ্দেশিত ছাত্ৰী গৰাকীৰ মাতৃ

892
VIEWS
Share on FacebookShare on Twitter

আজিৰেপৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। এইবাৰ পৰীক্ষাত ৰাজ্যৰ মুঠ ৩,৫৮,৪৪৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ব লগা হ’ল  বোকাখাত মহকুমাৰ  দ্বিতীয় পৰঙনীয়া গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰী।

কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী গৰাকী নিশা পৰীক্ষাৰ বাবে  অধ্যয়ণ কৰি থকা অৱস্থাত ২১ জানুৱাৰিৰ পৰাই নিখোঁজ হৈ আছে।

ইফালে, পৰিয়ালৰ লোকে ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ নিশাই বোকাথাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।কিন্তু বিগত সময়ত নিৰুদ্দিষ্ট ছাত্রী গৰাকীক উদ্ধাৰ কৰি পৰীক্ষাত বহিব পৰাকৈ পৰিয়ালক চমজাই দিয়াত সম্পুৰ্ণৰূপে ব্যৰ্থ হ’ল বোকাখাত আৰক্ষী।

এজাহাৰত উল্লেখ কৰা অনুসৰি, বিজয় দাস নামৰ এজন যুৱকে ছাত্ৰী গৰাকীক অপহৰণ কৰিছে৷

পৰিয়ালৰ সুত্ৰই জনোৱা মতে, ছাত্রী গৰাকীক অপহৰণত সহায় কৰা এজন যুৱকক আৰক্ষীয়ে আটক কৰে যদিও পৰৱৰ্তী সময়ত এৰি দিছিল।

ছাত্রী গৰাকীৰ মাতৃৰ মতে বিজয় দাস নামৰ যুৱকজনে ছাত্ৰী গৰাকীক পূর্বেও ভাবুকি প্ৰদান কৰিছিল, যাৰ কৰাণে যুৱকজনৰ বিৰুদ্ধে পূৰ্বেও  আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।

ইফালে, যুৱক জনক বিচাৰি তেওঁৰ পিতৃক থানাত আবদ্ধ কৰাত গাঁৱৰ একাংশ লোকে ৩১ জানুৱাৰীত ছাত্ৰী গৰাকীক চমজাই দি পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়াৰ কথা আছিল যদিও সেয়া হৈ নুঠিল।

উল্লেখযোগ্য যে, ছাত্ৰী গৰাকী কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী মেধাবী ছাত্রী। ইংৰাজী বিষয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিলাৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে পুৰস্কৃত হোৱাৰ লগতে কমলেশ্বৰ ৰাজখোৱা ফাউণ্ডেশ্যনৰ দ্বাৰাও পুৰষ্কৃত হৈছিল।

আজি উচ্চ মাধ্যমিক পৰীক্ষাৰ দিনা অন্যান্য অভিভাৱক সকলে নিজৰ পুত্ৰ-কন্যাক পৰীক্ষা গৃহলৈ লৈ যোৱাৰ বিপৰীতে নিৰুদ্দিষ্ট ছাত্ৰী গৰাকীৰ মাতৃয়ে বোকাখাত থানালৈ যাবলগীয়া হয়৷

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd