• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬.৪ লাখ কোটি টকাৰ মালিক কিন্তু লগত ৰাখে ১৪০০টকীয়া সাধাৰণ ফোন; উপহাৰ পালে iPhone

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 8:31 pm
warren_buffett_750_1582798494_618x347 45

ৱাৰেন বফেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৮৯ আৰৱ ডলাৰ অৰ্থাৎ ৬.৪ লাখ কোটি টকাৰ মালিক আৰু বিশ্বৰ আটাইতকৈ বৃহৎ শ্বেয়াৰ বাজাৰৰ বিনিয়োগকাৰী ৱাৰেন বফেটে এতিয়ালৈকে মাত্ৰ ২০ ডলাৰ অৰ্থাৎ ১৪০০ টকাৰ ছেমছাঙৰ এটা ফোন ব্যৱহাৰ কৰিছিল।

এতিয়া তেওঁ iPhone লৈ ফুৰিব। তেওঁ এপ’লৰ চি ই অ’ টীম কুকৰ উপহাৰ গ্ৰহণ কৰিছে।

Apply Now

ৱাৰেন বফেট বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ শ্বেয়াৰ বাজাৰ বিনিয়োগকাৰী আৰু শ্বেয়াৰ বাজাৰৰ বহু বিনিয়োগকাৰীৰ বাবে তেওঁ এগৰাকী মাৰ্গদৰ্শক।

তেওঁ ভাৰতৰ আটাইতকৈ ধনী মুকেশ আম্বানিতকৈয়ো বহুত বেছি ধনী। মুকেশ আম্বানি মুঠ ৬৭ আৰৱ ডলাৰৰহে মালিক।

এপ’লৰ চিইঅ’ টীম কুকে ইয়াৰ পূৰ্বে কেইবাবাৰো ৱৰ্কশ্বায়ৰ হেথৱেৰ চিইঅ’ ৱাৰেন বফেটক আইফোন উপহাৰ দিবলৈ চেষ্টা কৰিছিল যদিও বফেটে কেতিয়াও সেয়া লোৱা নাছিল।

তেওঁ সদায় মাত্ৰ ২০ ডলাৰত ক্ৰয় কৰা ছেমছাঙৰ SCH-U320   মডেলৰ ফ্লিপ ফোন এটা ব্যৱহাৰ কৰিছিল।

এতিয়া তেওঁ ঘোষণা কৰিছে যে তেওঁ আইফোনৰ উপহাৰ গ্ৰহণ কৰিছে। তেওঁ প্ৰায় ১০ বছৰ ধৰি এই সাধাৰণ ফোন ব্যৱহাৰ কৰি আহিছিল।

ইয়াৰ অন্তৰালত থকা তেওঁৰ যুক্তি হৈছে যে তেওঁ ৮৯ বছৰীয়া বৃদ্ধ আৰু এই বয়সত তেওঁৰ বাবে স্মাৰ্টফোন ব্যৱহাৰ কৰাটো সহজ নহয়।

বফেটে এতিয়া উপহাৰ হিচাপে লাভ কৰা এপ’লৰ স্মাৰ্টফোনটোও অকল কলিঙৰ বাবেহে ব্যৱহাৰ কৰিব বুলি জানিব দিয়ে।

উল্লেখযোগ্য যে ৱৰ্কশ্বায়ৰ হেথৱে এপ’লৰ ৫.৬ শতাংশ অংশীদাৰী ক্ৰয় কৰিছে।

বিশ্বৰ ইমান বৃহৎ বিনিয়োগকাৰী গৰাকীয়ে শ্বেয়াৰ বাজাৰৰ অধ্যয়ন, গৱেষণা কেনেদৰে কৰে? এটা ৱেবছাইটৰ মতে, তেওঁ এনেকুৱা কামৰ বাবে এপ’লৰে এটা আইপেড ব্যৱহাৰ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

মেঘালয়ত বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন! ইউডিপিৰ ৮ বিধায়কৰ বিজেপিত যোগদান

September 23, 2026 4:15 pm
ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

September 23, 2026 6:40 pm
বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

বৰমা বজাৰৰ আক্ৰমণক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল কংগ্ৰেছ, নগাঁৱৰ জিলা আয়ুক্তক অপসাৰণৰ দাবী

September 23, 2026 5:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd