• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গঁড় সংৰক্ষণ বিষয়ক তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে সপ্তাহজোৰা কাৰ্য্যসূচীৰে কাজিৰঙালৈ এইগৰাকী তাৰকা ক্ৰিকেটাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 29, 2020 11:23 am
Pitersen

কেভিন পিটাৰছন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গঁড় সংৰক্ষণ শীৰ্ষক বিষয়বস্তুৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে মাৰ্চৰ ৪ তাৰিখে সপ্তাহজোৰা ভ্ৰমণ সূচীৰে কাজিৰঙাত উপস্থিত হ’ব ইংলণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছন।

গঁড় সংৰক্ষণক মুখ্য বিষয় হিচাপে লৈ নিৰ্মাণৰত তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণ কাজিৰঙাৰ বিভিন্ন স্থানত কৰা হ’ব য’ত পেটাৰছনেও অংশ ল’ব।

Apply Now

৪ মাৰ্চৰ বিয়লি কাজিৰঙাত উপস্থিত হৈয়ে দৃশ্যগ্ৰহণৰ কামত ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ গৰাকী ব্যস্ত হৈ পৰিব বুলি জানিব পৰা গৈছে।

বিশ্ব গঁড় সংৰক্ষণৰ সজাগতাৰ বাবে নিৰ্মাণ কৰা ‘চেভ দ্যা ৰাইনো’ নামৰ এই তথ্যচিত্ৰৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ আফ্ৰিকাত সম্পূৰ্ণ কৰাৰ পাছত দ্বিতীয় পৰ্যায়ৰ দৃশ্যগ্ৰহণ কাজিৰঙাত সম্পন্ন কৰিব কেভিন পিটাৰছনে।

তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণৰ বাবে ইতিমধ্যেই কাজিৰঙাৰ বিভিন্ন স্থান নিৰ্বাচন কৰি সাজু কৰি তোলা হৈছে৷ বন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰি নিৰাপত্তা আৰু যাৱতীয় কাৰ্যও সম্পূৰ্ণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

কাজিৰঙাৰ কাষৰীয় ধোবাআটি বেলগুৰি গাঁও, পানবাৰী গাঁও, ডিফলুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়, বনশিৱিৰ আৰু পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ লগতে বিভিন্ন স্থানত কেভিন পিটাৰছনৰ তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হ’ব।

প্ৰায়বোৰ দৃশ্যগ্ৰহণস্থলীতে হলিউডৰ অভিনেত্ৰী ৰাকুল প্ৰীতি কৌৰ আৰু কেভিন পিটাৰছন উপস্থিত থাকিব।

৪ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ চলিব লগা এই দৃশ্যগ্ৰহণৰ পাচত ১২ মাৰ্চৰ ৰাতিপুৱা কাজিৰঙাৰ পৰা উভটিব কেভিন পিটাৰছনৰ দল।

কাজিৰঙাৰ পৰা উভতি যোৱাৰ প্ৰাকক্ষণত কাজিৰঙাত আয়োজিত কাজিৰঙা উৎসৱৰ উদ্বোধনী অনুষ্ঠানতো খেলুৱৈ গৰাকীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

কাজিৰঙাৰ দৃশ্যগ্ৰহণৰ সময়চোৱাতে অসমৰ বন মন্ত্ৰীৰো সাক্ষাৎকাৰ গ্ৰহণ কৰিব কেভিন পেটাৰছনে।

তথ্যচিত্ৰৰ জৰিয়তে খেলুৱৈ গৰাকীয়ে গঁড় সংৰক্ষণৰ বাবে কাজিৰঙাৰ সামগ্ৰিক প্ৰতিচ্ছবি বিশ্ববাসীৰ আগত দাঙি ধৰি গঁড় সংৰক্ষণৰ বাবে আহ্বান জনাব।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd