• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গঁড় সংৰক্ষণ বিষয়ক তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে সপ্তাহজোৰা কাৰ্য্যসূচীৰে কাজিৰঙালৈ এইগৰাকী তাৰকা ক্ৰিকেটাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 29, 2020 11:23 am
Pitersen

কেভিন পিটাৰছন

4.2k
VIEWS
Share on FacebookShare on Twitter

গঁড় সংৰক্ষণ শীৰ্ষক বিষয়বস্তুৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এখন তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে মাৰ্চৰ ৪ তাৰিখে সপ্তাহজোৰা ভ্ৰমণ সূচীৰে কাজিৰঙাত উপস্থিত হ’ব ইংলণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছন।

গঁড় সংৰক্ষণক মুখ্য বিষয় হিচাপে লৈ নিৰ্মাণৰত তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণ কাজিৰঙাৰ বিভিন্ন স্থানত কৰা হ’ব য’ত পেটাৰছনেও অংশ ল’ব।

৪ মাৰ্চৰ বিয়লি কাজিৰঙাত উপস্থিত হৈয়ে দৃশ্যগ্ৰহণৰ কামত ইংলেণ্ডৰ প্ৰাক্তন খেলুৱৈ গৰাকী ব্যস্ত হৈ পৰিব বুলি জানিব পৰা গৈছে।

বিশ্ব গঁড় সংৰক্ষণৰ সজাগতাৰ বাবে নিৰ্মাণ কৰা ‘চেভ দ্যা ৰাইনো’ নামৰ এই তথ্যচিত্ৰৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ আফ্ৰিকাত সম্পূৰ্ণ কৰাৰ পাছত দ্বিতীয় পৰ্যায়ৰ দৃশ্যগ্ৰহণ কাজিৰঙাত সম্পন্ন কৰিব কেভিন পিটাৰছনে।

তথ্যচিত্ৰখনৰ দৃশ্যগ্ৰহণৰ বাবে ইতিমধ্যেই কাজিৰঙাৰ বিভিন্ন স্থান নিৰ্বাচন কৰি সাজু কৰি তোলা হৈছে৷ বন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰি নিৰাপত্তা আৰু যাৱতীয় কাৰ্যও সম্পূৰ্ণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

কাজিৰঙাৰ কাষৰীয় ধোবাআটি বেলগুৰি গাঁও, পানবাৰী গাঁও, ডিফলুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়, বনশিৱিৰ আৰু পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ লগতে বিভিন্ন স্থানত কেভিন পিটাৰছনৰ তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হ’ব।

প্ৰায়বোৰ দৃশ্যগ্ৰহণস্থলীতে হলিউডৰ অভিনেত্ৰী ৰাকুল প্ৰীতি কৌৰ আৰু কেভিন পিটাৰছন উপস্থিত থাকিব।

৪ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ চলিব লগা এই দৃশ্যগ্ৰহণৰ পাচত ১২ মাৰ্চৰ ৰাতিপুৱা কাজিৰঙাৰ পৰা উভটিব কেভিন পিটাৰছনৰ দল।

কাজিৰঙাৰ পৰা উভতি যোৱাৰ প্ৰাকক্ষণত কাজিৰঙাত আয়োজিত কাজিৰঙা উৎসৱৰ উদ্বোধনী অনুষ্ঠানতো খেলুৱৈ গৰাকীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

কাজিৰঙাৰ দৃশ্যগ্ৰহণৰ সময়চোৱাতে অসমৰ বন মন্ত্ৰীৰো সাক্ষাৎকাৰ গ্ৰহণ কৰিব কেভিন পেটাৰছনে।

তথ্যচিত্ৰৰ জৰিয়তে খেলুৱৈ গৰাকীয়ে গঁড় সংৰক্ষণৰ বাবে কাজিৰঙাৰ সামগ্ৰিক প্ৰতিচ্ছবি বিশ্ববাসীৰ আগত দাঙি ধৰি গঁড় সংৰক্ষণৰ বাবে আহ্বান জনাব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd