• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোটেই বিশ্বৰ পৰা সংযোগ বিছিন্ন হৈ পৰিব পাকিস্তান! কোনে কোনে দিলে ধমকি?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2020 4:54 pm
imran_022920121432
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ বিৰুদ্ধে এইবাৰ আৰম্ভ হৈছে আন এখন যুদ্ধ। ছচিয়েল মিডিয়াৰ বৃহৎ মঞ্চ ফেইচবুক, টুইটাৰ আৰু গুগলকে ধৰি কেইবাটাও কোম্পানীয়ে পাকিস্তানৰ বিৰুদ্ধে টঙালি বান্ধিছে।

বৰ্তমান পৰিস্থিতিয়ে এনেকুৱা পৰ্যায় পাইছে যে তেওঁলোকে দেশখনত ইয়াৰ সেৱা বন্ধ কৰাৰো ভাবুকি দিছে।

Apply Now

দৰাচলতে, ফেইচবুক, টুইটাৰ, গুগলৰ দৰে কোম্পানীৰ ওপৰত অনা ছেন্সৰশ্বিপ আইন পাকিস্তানৰ বাবে বিপদৰ কাৰণ হ’ব পাৰে।

ইয়াৰ মাজতে পাকিস্তানৰ ডিজিটেল ছেন্সৰশ্বিপ আইনক লৈ উক্ত কোম্পানীসমূহে সাৱধান বাণী শুনাইছে।

পাকিস্তানত ছচিয়েল মিডিয়াৰ বাবে প্ৰৱৰ্তন কৰা আইনৰ বাবে এই প্লেটফৰ্মসমূহে নিজৰ সেৱা চলাই ৰখাটো কঠিন হৈ পৰিছে।

এই সন্দৰ্ভত এছিয়া ইন্টাৰনেট কলিশ্যন (এ আই চি)ৰ ফালৰ পৰা ইমৰাম খান চৰকাৰক এখন পত্ৰ লিখি আইনখনৰ পৰিৱৰ্তন অনাৰ বাবে আহ্বান জনাইছে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি, কোম্পানীসমূহে চৰকাৰখনে ভাৱ প্ৰকাশৰ ব্যক্তিগত স্বাধীনতা আৰু গোপনীয়তাৰ সৈতে জড়িত অভিযোগ সন্দৰ্ভত সঠিক পদক্ষেপ গ্ৰহণ কৰা নাই। তদুপৰি, তাত প্ৰথমৰে পৰা অনলাইন কন্টেন্টৰ বাবে কঠোৰ আইন আছেই।

পত্ৰখনত উল্লেখ কৰা হৈছে যে এই আইন অস্পষ্ট আৰু একপক্ষীয়। এই নিয়মসমূহে পাকিস্তানৰ ৭কোটি ইন্টাৰনেট ব্যৱহাৰকাৰীৰ গোপনীয়তা আৰু ভাৱ প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰিছে।

লগতে কোৱা হৈছে বিষয়টো সন্দৰ্ভত পাকিস্তানে যদি পুনৰ বিবেচনা নকৰে তেতিয়াহ’লে তেওঁলোকে ব্যৱসায় সামৰাৰ বাবে চিন্তা কৰিব লাগিব।

তেওঁলোকে অভিযোগ কৰে যে পাকিস্তানে ডিজিটেল ছেন্সৰশ্বিপ আইন প্ৰণয়নৰ সময়ত কোনো বিশেষজ্ঞৰ ৰায় লোৱা নাই।

পাকিস্তানত যি ডিজিটেল ছেন্সৰশ্বিপ আইন প্ৰণয়ন কৰা হৈছে তাত আপত্তিজনক বিষয়বস্তুক লৈ কোনো স্পষ্ট শাস্তি নিৰ্দ্ধাৰণ কৰা হোৱা নাই। কিছুমানক আপত্তিজনক বুলি ধৰা হ’ব আৰু তাৰ বিৰুদ্ধে আবেদনো কৰিব পৰা যাব।

আবেদন কৰাৰ ২৪ ঘন্টাৰ ভিতৰত কোম্পানীয়ে কন্টেন্ট আঁতৰাব লাগিব আৰু এই ইয়াৰ সময়সীমা হ’ব মাত্ৰ ৬ ঘন্টা। তদুপৰি, আপত্তিজনক কন্টেন্টৰ বিষয়ে যিয়েই অভিযোগ কৰিব তেওঁৰ নাম গোপনে ৰখা হ’ব।

নতুন আইন অনুসৰি কোম্পানীসমূহে পাকিস্তানত কাৰ্যালয় খুলিব লাগিব আৰু স্থানীয়ভাৱে চাৰ্ভাৰ বনাব লাগিব। লগতে আইন ভংগ কৰাৰ বাবে ৫০ কোটি টকাৰ জৰিমনা ভৰাৰো ব্যৱস্থা ৰখা হৈছে।

পাকিস্তানৰ এনে আইনৰ বাবে দেশখনৰ বিৰুদ্ধে কোম্পানীসমূহে একগোট হৈছে। কোম্পানীসমূহে পত্ৰ লিখি তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছে। এতিয়া পাকিস্তানে এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd