• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বগামাটিলৈ বনভোজ খাবলৈ অহা গাড়ীৰ খুন্দাত ১৩ বছৰীয়া ছাত্রৰ কৰুণ মৃত্যু

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
January 4, 2021 8:12 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

196
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত অমৰ চ’কত আজি দিনৰ ভাগত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত অৰ্জুন দৰ্জী নামৰ এগৰাকী তেৰ বছৰীয়া ছাত্ৰই কৰুণ মৃত্যুক সাৱটি লয়। নিহত অৰ্জুন চেত্ৰী ভোলাঝাৰ এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ।

আজি বৰমাৰ পৰা তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথেৰে ভূটান সীমান্তৰ বগামাটিলৈ এ এছ ১৪ ই ৮২২০ নম্বৰৰ এখন এল্ট’ গাড়ীৰে বনভোজ খাবলৈ গৈ আছিল কেইজনমান যাত্ৰী।

সেই সময়তে বাঙালীপাৰাৰ পৰা অৰ্জুন দৰ্জীয়ে অমৰ চ’কলৈ চাইকেলেৰে গৈ আছিল। চ’ক পোৱাত গাড়ীখনৰে সৈতে অৰ্জুনৰ মুখামুখি সংঘৰ্ষ হয়।

ফলত ঘটনাস্থলতে শেষ নিশ্বাস ত্যাগ কৰে অৰ্জুনে। অৱশ্যে তেওঁক তামুলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ অনা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰক্ষীয়ে জব্দ কৰিছে।

Recent News

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

পুনৰ চৰ্চাত ডিমা হাছাওৰ চিইএম ডেব’লাল গোৰ্লোছা! মৃত্যুৰ ভাবুকি প্ৰদানৰ অভিযোগ গোৰ্লোছাৰ বিৰুদ্ধে

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd