• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওৰাঙত দেউতাকৰ পৰা ধন দাবী কৰিবলৈ অপহৰণৰ নাটক কৰা কিশোৰ আটক

ছাজিদ খান by ছাজিদ খান
November 28, 2018 6:46 pm
ULG
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন বলীউডী থ্ৰিলাৰৰ দৰে ওদালগুৰিৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চামুৱাগাঁৱৰ বাসিন্দা এজন ১৪ বছৰীয়া কিশোৰ আৰু তেওঁৰ বন্ধু কেইজনমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ছানছুমা (নামটো সলনি কৰা হৈছে) নামৰ কিশোৰজন যোৱা ২৬ নৱেম্বৰে তেওঁৰ দুজন বন্ধুৰ সৈতে নিৰূদ্দেশ হৈছিল আৰু তেওঁৰ দেউতাকৰ পৰা ৩০,০০০ টকা দাবী কৰিছিল।

অনুসন্ধানৰ পাছত ওৰাং আৰক্ষীয়ে এই অপহৰণৰ আঁৰত কিছু অযৌক্তিক কথা লক্ষ্য কৰিছিল আৰু তাৰ পাছত আৰক্ষীয়ে ল’ৰাজনক সংগী দুজন সহ ধৰাৰ বাবে জাল পাতিছিল।

Apply Now

জানিব পৰা মতে তেওঁৰ দেউতাকে তেওঁৰ পুত্ৰৰ মুক্তিৰ দাবীত মুক্তিপণৰ দাবী পাইছিল। তাৰ পাছত দেউতাকে ওৰাং থানাত এখন এজাহাৰ দাখিল কৰিছিল। বন্দোবস্ত অনুসৰি, ওৰাং চাহ বাগিচাৰ ১নং গেটৰ ওচৰৰ এটা জোপোহাত টকাখিনি দিবলৈ প্ৰস্তুতি কৰিছিল। তাৰ পাছতেই ওৰাং আৰক্ষীয়ে ২৭ নৱেম্বৰ মঙলবাৰে ল’ৰাজন সহ তেওঁৰ সংগীদুজন সহ আটক কৰিছিল।

কিশোৰ কেইজনে প্ৰকাশ কৰিছে যে সমগ্ৰ ষড়যন্ত্ৰটো ছানছুমাই ৰচনা কৰিছিল। এই গোটেইকেইজন ল’ৰা হৈছে প্ৰায় ১৪ বছৰ বয়সৰ। তেওঁলোকে প্ৰকাশ কৰিছে যে যদিহে এই অপহৰণৰ নাটকখন কৰাৰ বাবে ছানছুমাই তেওঁলোকৰ বাবে মধ্য প্ৰদেশলৈ এটা ভ্ৰমণলৈ যোৱাৰ ব্যয় বহন কৰিব। ওৰাং আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৪ ধাৰাত ওৰাং আৰক্ষী থানাত এটা গোচৰ (১০৫/১৮) ৰুজু কৰিছে। ২৭ নৱেম্বৰৰ দিনা আৰক্ষীয়ে কিশোৰ ৩জনক আদালতত হাজিৰ কৰোৱাইছে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd