• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত আন এক ভয়ানক ঘটনা; শুই থকা অৱস্থাত সংখ্যালঘু যুৱকক জীৱন্তে জ্বলাই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2026 1:35 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বাংলাদেশত সংখ্যালঘু যুৱকক জ্বলাই হত্যা কৰাৰ অভিযোগ উঠিছে। এইবাৰ এই ঘটনা সংঘটিত হৈছে নাৰ্চিংডিত। অভিযোগ অনুসৰি শুকুৰবাৰে (২৩ জানুৱাৰী) গভীৰ নিশা চঞ্চল চন্দ্ৰ ভৌমিক (২৩) নামৰ এজন যুৱকক দুষ্কৃতিকাৰীয়ে জীৱন্তে জ্বলাই হত্যা কৰে।

চঞ্চল পুলিচ লাইনছ এলেকাৰ খানাবাৰী মছজিদ মাৰ্কেটৰ এখন গাড়ী ৱৰ্কশ্বৰ কৰ্মচাৰী আছিল। ৱৰ্কশ্বপৰ ভিতৰত শুই থকা অৱস্থাতে অগ্নিদগ্ধ হৈ মৃত্যু হয়।

Apply Now

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, আন দিনৰ দৰে শুকুৰবাৰে নিশা কাম শেষ কৰি গাড়ী মেৰামতিৰ দোকানৰ ভিতৰতে টোপনি গৈছিল চাঞ্চল। গভীৰ নিশা দুস্কৃতিকাৰীয়ে দোকানৰ চাটাৰত জুই লগাই দিয়ে। দোকানৰ ভিতৰত একাধিক জ্বলনশীল সামগ্ৰী থকাৰ বাবে জুই দ্ৰুতগতিত বিয়পি পৰে। সমগ্ৰ দোকানখন জ্বলি ছাই হৈ পৰে। তাতেই অগ্নিদগ্ধ হৈ মৃত্যু হয় চাঞ্চলৰ।

চাঞ্চলৰ ঘৰ কুমিল্লাৰ বাৰুৰা উপজিলাৰ লক্ষ্মীপুৰ গাঁৱত। তেওঁ পৰিয়ালটোৰ একমাত্ৰ জীৱিকা আছিল বুলি জনা যায়। তেওঁৰ পৰিয়ালৰ অভিযোগ যে এয়া কোনো বিচ্ছিন্ন ঘটনা নহয়। পৰিকল্পিতভাৱে তেওঁক হত্যা কৰা হৈছে। কিয় তেওঁক দুস্কৃতিকাৰীয়ে লক্ষ্য কৰি লৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। আকৌ এবাৰ বাংলাদেশত মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰখনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

শনিবাৰে সংবাদ মাধ্যমৰ আগত নাৰ্চিংডি সদৰ মডেল থানাৰ অ’চি এ আৰ এম আল মামুনে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে ঘটনাস্থলীৰ চাৰিওফালে কেইবাটাও চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে। তাতে দোকানৰ সন্মুখত আৰু আশে-পাশে কিছুমান মানুহক দেখা গৈছে। অৱশ্যে এই ঘটনাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে নে নাই সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই।

তেওঁ লগতে কয়, “আমি দোকানৰ মালিকৰ পৰা অভিযোগ লৈছো। আমি এই বিষয়টোৰ বিশদ তদন্ত কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিম।”

উল্লেখ্য যে যোৱা বছৰৰ ১৮ ডিচেম্বৰত বাংলাদেশৰ ভালুকাত দীপু চন্দ্ৰ দাস নামৰ এজন কাৰখানাৰ শ্ৰমিকক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত তেওঁৰ মৃতদেহটো কাৰখানাৰ পৰা কিছু দূৰৈত গছত ওলোমাই জ্বলাই দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd