• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ্তব্যৰত অৱস্থাত অসুস্থ হোৱা বেংকৰ নিৰাপত্তাৰক্ষী ভাৰত গগৈৰ মৃত্যু

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , September 27, 2018 9:13 am

1 min read

Dead-body

প্ৰতিনিধিত্বমূলক ছবি

235
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ চাৰিংপটুৱাচলাৰ বাসিন্দা তথা ইণ্ডিয়ান অ’ভাৰচিচ বেংকৰ শিৱসাগৰ শাখাৰ নিৰাপত্তাৰক্ষী ভাৰত গগৈয়ে বুধবাৰে বিয়লি কৰ্তব্যস্থলতে অসুস্থ হৈ কৰুণ মৃত্যুক সাবটি লয়। মৃত্যুৰ বাতৰিটোৱে জিলাখনতে শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি কালি বিয়লি ভাগত কৰ্তব্যৰত অৱস্থাতে হঠাৎ পিঠিৰ বিষ অনুভৱ কৰি অসুস্থ হৈ পৰে নিৰাপত্তাৰক্ষী গগৈ। লগে লগে সহকৰ্মীসকলে  তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ।

ভিতৰুৱাল দীঘলীজান গাঁও নিবাসী তথা ভাৰতীয়  সেনা বাহিনীৰ  প্ৰাক্তন জোৱানজনে পাঁচ বছৰৰ আগেয়ে দীঘলীজান গাঁৱৰ পৰা উঠি আহি পটুৱাচলাত  নিগাজিকৈ থাকিবলৈ লৈছিল।

উল্লেখ্য যে এজন ভাল খেতিয়ক হিচাবে  পৰিচিত সৰবৰহী তথা শান্ত স্বভাৱৰ ব্যক্তিজনৰ মৃত্যুত পটুৱাচলাৰ লগতে জন্মস্থান দীঘলীজানতো শোকৰ ছাঁ বিৰাজ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি সেনা বাহিনীত কৰ্মৰত এক মাত্ৰ পুত্ৰ আৰু এগৰাকী বিবাহিতা কন্যাক এই সংসাৰত এৰি থৈ যায়।

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd