• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধোপৰতলৰ নাওখেল প্ৰতিযোগিতাত হাজোৰ ‘ৰাইজৰ আশীৰ্বাদ’ প্ৰথম

NE NOW NEWS এন ই নাও নিউজ
ধাৰাপুৰ , October 25, 2018 4:34 pm

1 min read

ধোপৰতলৰ নাওখেল প্ৰতিযোগিতাত হাজোৰ ‘ৰাইজৰ আশীৰ্বাদ’ প্ৰথম
361
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ পশ্চিম ধাৰাপুৰ ধোপৰতলত পৰম্পৰাগতভাৱে হিন্দু মুছলিমৰ মাজত ভাতৃত্ববোধ ৰক্ষাৰ উদ্দেশ্যৰে প্ৰতিবছৰে লক্ষী পূজা দিনাই ব্ৰহ্মপুত্ৰৰ বুকুত নাও খেল প্ৰতিযোগিতা হৈ আহিছে। ফলত পূৰ্বৰ দৰে এইবাৰো ২৪ অক্টোবৰৰ দিনা ব্ৰহ্মপুত্ৰৰ বুকুত নাওখেল প্ৰতিযোগিতা হয়।

এই নাও খেল প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্য জিলাৰ প্ৰায় দহটা দলে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাখনত হাজো বৰ্ণিৰ ‘ৰাইজৰ আশীৰ্বাদ’ নামৰ নাওখনে প্ৰথম আৰু একে স্থানৰে ‘দীনদয়াল’ নামৰ নাওখনে দ্বিতীয় স্থান লাভ কৰে।

আনহাতে এই নাওখেল প্ৰতিযোগিতাত যাতে কোনো ধৰণৰ অঘটনমূলক কাৰ্য সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষী, নদী আৰক্ষী, এছ ডি আৰ এফ বাহিনী আৰু জিলা প্ৰশাসনে প্ৰতিযোগিতাখনত কাঢ়া নজৰ ৰাখিছিল।

বিগত ৩৫ বছৰ ধৰি অনুষ্ঠিত হৈ অহা এই নাওখেল প্ৰতিযোগিতাত খেল উপভোগ কৰাৰ উদ্দেশ্যৰে মহানগৰীৰ অগণন লোক সমবেত হয়।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd