• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁও প্ৰেছ ক্লাৱত ঘনকান্ত বৰাৰ ‘নিৰিবিলি’ কাব্যগ্ৰন্থ উন্মোচন

মিণ্টু দাস by মিণ্টু দাস
November 5, 2018 10:15 pm
Book released

ফটো : নৰ্থ-ইষ্ট নাও

1.4k
VIEWS
Share on FacebookShare on Twitter

‘কবিতা অন্তৰৰ এক স্বত:স্ফুৰ্ত প্ৰকাশ। মানুহৰ মনৰ ভাৱ, আবেগ, অনুভূতি আদি কবিতাৰ মাজেৰে প্ৰকাশ কৰিব পাৰি’। এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাহিত্যিক ডাঃ দিলীপ কুমাৰ বৰুৱাৰ।

আজি নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰি দিয়া ভাষণত ডাঃ বৰুৱাই এইদৰে মন্তব্য কৰি কয়- ‘কাব্য সাহিত্যৰ জৰিয়তে সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰিব পাৰি’।

বিশিষ্ট লিখক, শিক্ষাবিদ ঘনকান্ত বৰাৰ ‘নিৰিবিলি’ কাব্য গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই কয়, ‘কবিতা আচলতে শব্দৰ সৃষ্টি। মানুহৰ মাজত আবেগ, অনুভূতি সৃষ্টি কৰিব পৰা এক মাধ্যম হ’ব পাৰে কবিতা’।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক যতীন সুতে সাম্প্ৰতিক সময়ৰ পৰিস্থিতি ব্যাখ্যা দাঙি ধৰাৰ লগতে সাহিত্য কৃতীৰ বিষয়েও ব্যাখ্যা দাঙি ধৰে।

সভাত লিখক মোলান লস্কৰ, শিক্ষাবিদ বাছেদ আলী, ৰাঙলু শাখা সাহিত্য সভাৰ সভাপতি নজিবুৰ ৰহমান, কল্পনা শ‌ইকীয়া, সাহিত্যিক কেশৱ বৰা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লিখক ঘনকান্ত বৰাই। সভাৰ আৰম্ভণিতে ছাত্ৰী জ্যোতিস্মিতা ভাগৱতীয়ে কবিতা পাঠ কৰে। উল্লেখ্য যে, নগাঁও জিলাৰ কঠিয়াতলী নিবাসী ঘনকান্ত বৰাৰ অতি মৰমৰ নাতিনী নিৰিবিলি বৰাৰ আজি পঞ্চম সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ঘনকান্ত বৰাই এই গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱা বুলি জানিবলৈ দিয়ে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd