• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জ্যেষ্ঠ সাংবাদিকক মৃত্যুৰ ভাবুকি : ছাত্ৰনেতাৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ সদৰ থানাত গোচৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
September 3, 2018 4:57 pm
Lakhimpur-570x320
133
VIEWS
Share on FacebookShare on Twitter

দেশৰ সৰ্বত্ৰ সাংবাদিকৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি অহা সময়তে লখিমপুৰত সংঘটিত হৈছে সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ঘটনা।

ঘটনাৰ বিৱৰণি মতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা গোটৰ সভাপতি নীৰণ বৰুৱাই উত্তৰ লখমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক কুমুদ বৰুৱাক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে।

ছাত্ৰনেতাগৰাকীয়ে আজি পুৱা ফোনযোগে মৃত্যুৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পাছত উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয়। এইখন সভাত অধ্যক্ষতা কৰে ক্লাবৰ সভাপতি শৈলেন বৰুৱাই। সভাত প্ৰতিগৰাকী সদস্যই ছাত্ৰনেতাগৰাকীৰ গৰ্হিত কামৰ বাবে তেওঁক একেমুখে গৰিহণা দিয়ে।

সভাত ছাত্ৰনেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্তা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱা হয়।

সভাত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ ওচৰতো নেতাগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনোৱা হয়।

সভাৰ পাছত উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সদস্যকলে উত্তৰ লখিমপুৰ সদৰ থানালৈ যায় আৰু নীৰণ বৰুৱাৰ বিৰুদ্ধে এটা অভিযোগ পঞ্জীয়নভুক্ত কৰে। একেখন আৰক্ষী থানাতেই কুমুদ বৰুৱায়ো আছুতীয়াকৈ এটা অভিযোগ পঞ্জীয়ণভুক্ত কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd