• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডত আক্ৰান্ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ পৰ্যবেক্ষণৰ বাবে কমিটি গঠন চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2020 9:09 pm
tp
331
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ কোভিডত আক্ৰান্ত হোৱা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ পৰ্যবেক্ষণৰ বাবে চৰকাৰে এখন কমিটি গঠন কৰি দিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে।

হৃদৰোগ বিশেষজ্ঞ ডাঃ যোগেশ শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া কমিটি খনত আছে ক্ৰমে এণ্ডোক্ৰাইন’লজি বিভাগৰ সহযোগী অধ্যাপক ডাঃ উমা কাইমল শইকীয়া, কাৰ্ডিওল’জি বিভাগৰ সহযোগী অধ্যাপক ডাঃ ফাহিন ইকবাল,মেডিচিন বিভাগৰ সহকাৰী অধ্যাপক ডাঃ ভাস্কৰ ঠাকুৰীয়া,শল্য চিকিৎসা বিভাগৰ সহকাৰী অধ্যাপক ডাঃ আৰ দাস,এনান্থেছিয়া বিভাগৰ পঞ্জীয়ক ডাঃ বিশ্বজিৎ তালুকদাৰ,মেডিচিনৰ ডাঃ জয়শ্ৰী মেধি,মেডিচিনৰ আৱাসীক চিকিৎসক ডাঃ মইনুল ইছলাম আৰু ডাঃ বুবু গগৈ।প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নিউ পেয়িং কেবিনত ৰখার দিহা  কৰা হৈছে।

উল্লেখ্য টুইটাৰযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে নিজে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি প্ৰকাশ কৰিছিল।  ‘‘কালি মই কোভিড-১৯ প’জিটিভ হিচাপে চিহ্নিত হৈছো।

বিগত সময়ছোৱাত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে ক’ৰ’না পৰীক্ষা কৰা উচিত,’’ তৰুণ গগৈয়ে এইদৰে টুইট কৰিছিল।।

বিগত সময়ছোৱাত তৰুণ গগৈয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল আৰু সেই সময়তে তেওঁ কোনোবা ক’ৰ’না সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা বুলি সন্দেহ কৰা হৈছে।

তৰুণ গগৈ চাৰিদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল যাৰবাবে তেওঁ এইকেইদিন কোনো সভা সমিতিত অংশগ্ৰহণ কৰিব পৰা নাছিল।

কিছুদিন পূৰ্বে গগৈয়ে অজন্তা নেওগৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিছিল। অজন্তা নেওগৰ কোভিড ফলাফল প’জিটিভ অহাত তৰুণ গগৈয়ে সন্দেহবশতঃ কোভিড টেষ্ট কৰোৱাত নিশা ফলাফল প’জিটিভ আহে।

তৰুণ গগৈ কোভিড প’জিটিভ হলেও তেওঁৰ পত্নী ডলি গগৈৰ ফলাফল নিগেটিভ আহে।

উল্লেখযোগ্য যে, মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

অজন্তা নেওগক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

তাছাকো যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।

Recent News

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

লক্ষ্য স্বচ্ছ নিৰ্বাচন! ৪৭৬টা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল নিৰ্বাচন আয়োগৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

আঠ মিনিটৰ মসৃন অভিযান! বেংকৰ লকাৰৰ পৰা ১৫ কেজি সোণ লুট কৰি নিলে ৩ অস্ত্ৰধাৰী যুৱকে

আঠ মিনিটৰ মসৃন অভিযান! বেংকৰ লকাৰৰ পৰা ১৫ কেজি সোণ লুট কৰি নিলে ৩ অস্ত্ৰধাৰী যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd